DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নিৰুদিষ্টৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত কাজিৰঙাৰ বনকৰ্মীৰ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 9, 2021 8:35 pm
KNP forest officials in Nimatighat

ফটো: নৰ্থইষ্ট নাও।

113
VIEWS
Share on FacebookShare on Twitter

নিমাতীঘাটত বুধবাৰে সংঘৰ্টিত হোৱা শোকাবহ নাও দুৰ্ঘটনাৰ পিছত নিৰুদ্দিষ্ট যাত্ৰীৰ সন্ধানত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত আৰক্ষীৰ এটা উদ্ধাৰকাৰী দলে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলায় ৷

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ সমীপৰ ধনশিৰিমুখৰ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গহপুৰৰ পৰা একেলগে আৰম্ভ এই অভিযানত উদ্ধাৰকাৰী দলে তিনিখনখন যন্ত্ৰচালিত নাৱেৰে নিমাতীঘাটৰ নামনি অঞ্চলত প্ৰায় ৯ ঘন্টা সময় ধৰি ৫০ কিলোমিটাৰৰো অধিক নদীপথত ব্যাপক অভিযান চলায় ৷

বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰা, বিশ্বনাথ সংমণ্ডলৰ বনাঞ্চলিক বিষয়া ইকবাল হোছেইন আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়া তৰুণ গগৈৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বন কৰ্মীৰ ৩৫ জনীয়া দলটোৱে তিনিখন নাৱেৰে ব্ৰহ্মপুত্ৰত উটি অহা সামগ্ৰীৰ সমুহ পৰীক্ষণ কৰে।

তেওঁলোকে লগতে ড্ৰোণ কেমেৰাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদিষ্ট লোকৰ সন্ধান কৰে ৷

কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সমগ্ৰ অভিযানৰ তদাৰক কৰে৷

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd