• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এলক’হলযুক্ত হেণ্ড চেনিটাইজাৰৰ ৰপ্তানি বন্ধ কৰিলে কেন্দ্ৰ চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2020 9:10 pm

1 min read

এলক’হলযুক্ত হেণ্ড চেনিটাইজাৰৰ ৰপ্তানি বন্ধ কৰিলে কেন্দ্ৰ চৰকাৰে

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ মহামাৰীৰ সময়ত ভাৰত চৰকাৰে ঘৰুৱা বজাৰৰ প্ৰতি লক্ষ্য ৰাখি এলক’হলযুক্ত হেণ্ড চেনিটাইজাৰৰ ৰপ্তানি বন্ধ কৰিছে।

ঘৰুৱা বজাৰত উপলব্ধিতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।

অৱশ্যে কেন্দ্ৰ চৰকাৰে এলক’হলযুক্ত নোহোৱা হেণ্ড চেনিটাইজাৰৰ ৰপ্তানিত অনুমতি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা সমগ্ৰ বিশ্বত হেণ্ড চেনিটাইজাৰৰ চাহিদা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

হেণ্ড চেনিটাইজাৰ মূলত হাত দুখন বিজাণুমুক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে হাইড্ৰক্সিক্লৰ’কুইনকে ধৰি কিছু সংখ্যক জীৱন দায়িনী ঔষধৰ ৰপ্তানি বন্ধ কৰিছিল।

কিন্তু বহু দেশত হাইড্ৰ’ক্সিক্লৰ’কুইনৰ চাহিদা আৰু ঘৰুৱা উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ৰপ্তানিত থকা নিষেধাজ্ঞা উঠাই লৈছিল।

আনহাতে, বহু প্ৰতিষ্ঠানে এই সংকতৰ সময়ত হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছিল।

হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি কৰাৰ পাছতে চৰকাৰৰ তৰফৰ পৰা হেণ্ড চেনিটাইজাৰৰ নিৰ্দিষ্ট বজাৰ মূল্য নিৰ্ধাৰণ কৰি দিছিল।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd