• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্মাৰ্টফোন আৰু মোবাইল সামগ্ৰী নিৰ্মাণকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে ভাৰতৰ ৫০,০০০ কোটি টকাৰ পৰিকল্পনা মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 3, 2020 10:43 am

1 min read

স্মাৰ্টফোন আৰু মোবাইল সামগ্ৰী নিৰ্মাণকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে ভাৰতৰ ৫০,০০০ কোটি টকাৰ পৰিকল্পনা মুকলি

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না সংকটক সুযোগ হিচাপে গ্ৰহণ কৰাৰ বাবে উঠি-পৰি লাগিছে ভাৰত।

ভাৰত চৰকাৰে বিশ্বৰ স্মাৰ্ট ফোন আৰু মোবাইলৰ সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানসমূহক আকৰ্ষণ কৰাৰ বাবে ৫০,০০০ কোটি টকাৰ পৰিকল্পনা মুকলি কৰে।

এই পৰিকল্পনাৰ অংশস্বৰূপে প্ৰথম পৰ্যায়ত বিশ্বৰ পাঁচটা স্মাৰ্টফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ভাৰতত ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব।

এই ৫০,০০০ কোটি টকাৰ পৰিকল্পনাত মোবাইল ফোনৰ বিভিন্ন সামগ্ৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহকো বিভিন্ন আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছতে চীনৰ পৰা বহু বিদেশী প্ৰতিষ্ঠানে নিজৰ উদ্যোগ সমূহ স্থানান্তৰ কৰিবলৈ সাজু হৈছে।

চীনক বিদায় জনাব বিচৰা প্ৰতিষ্ঠানসমূহক যাতে ভাৰতলৈ আকৰ্ষিত কৰিব পৰা যায় সেই উদ্দেশ্যে ভাৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

অসমত চৰকাৰৰ তৰফৰ পৰাও বিদেশী উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পত্ৰ প্ৰেৰণ কৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd