• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেট নিকোবৰ প্ৰকল্প ধ্বংসৰ বাবে নহয়, এয়া দেশৰ কৌশলগত প্ৰয়োজনীয়তাহে: কেন্দ্ৰৰ স্পষ্টীকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:35 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে গ্ৰেট নিকোবৰ ভ্ৰমণৰ সময়ত উত্থাপন কৰা পাৰিপাৰ্শ্বিক ক্ষতিৰ উদ্বেগৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয় যে এই ৮১,০০০ কোটি টকীয়া প্ৰকল্পটো ধ্বংসৰ কাৰণ নহয়, বৰঞ্চ ই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ স্থিতি মজবুত কৰাৰ লগতে বিদেশী বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ এক কৌশলগত পদক্ষেপহে।

বিষয়া সকলে জানিবলৈ দিয়া মতে, এই দ্বীপটো পৃথিৱীৰ ব্যস্ত পূব-পশ্চিম জলপথৰ পৰা মাত্ৰ ৪০ নটিকেল মাইল দূৰত অৱস্থিত, যিয়ে ইয়াক বিশ্ব বাণিজ্যৰ বাবে এক প্ৰাকৃতিক সুবিধা প্ৰদান কৰে। চৰকাৰৰ মতে, এই গ্ৰেট নিকোবৰ প্ৰকল্পত যোগাযোগ, বাণিজ্য আৰু শক্তি নিৰাপত্তা বৃদ্ধিৰ বাবে বৃহৎ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে এটা আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, একেলগে ৪,০০০ যাত্ৰী নিয়ন্ত্ৰণ কৰিব পৰা এটা নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ৪৫০ মেগাভল্ট এম্পিয়াৰ গেছ আৰু সৌৰ শক্তিচালিত বিদ্যুৎ প্ৰকল্প, আৰু ১৬,০০০ হেক্টৰতকৈ অধিক এলেকা সামৰি এখন আধুনিক চহৰ। ছিংগাপুৰ আৰু শ্ৰীলংকাৰ দৰে দেশৰ বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা কমোৱাৰ লক্ষ্যৰে ভাৰতে এই দেশীয় ট্ৰেন্সশ্বিপমেণ্ট হাবটো নিৰ্মাণ কৰিব বিচাৰিছে।

Apply Now

ৰাহুল গান্ধীয়ে এই প্ৰকল্পৰ ফলত বনাঞ্চল ধ্বংস আৰু পৰিৱেশ তন্ত্ৰৰ ক্ষতি হোৱাৰ আশংকাত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উত্তৰত চৰকাৰে কয় যে প্ৰকল্পটোৰ বাবে বৰ্তমানৰ নিয়ম অনুসৰি এক বিস্তৃত পৰিৱেশ প্ৰভাৱ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। বিষয়া সকলে উল্লেখ কৰে যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুঠ বনাঞ্চলৰ মাত্ৰ ১.৮২ শতাংশহে এই প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ‘ব। প্ৰকল্প এলেকাত প্ৰায় ১৮.৬৫ লাখ গছ আছে যদিও, ইয়াৰে মাত্ৰ ৭.১১ লাখ গছহে পৰ্যায়ক্ৰমে কটা হ‘ব। ইয়াৰ ক্ষতিপূৰণ হিচাপে ৯৭.৩০ বৰ্গ কিলোমিটাৰ এলেকাত নতুনকৈ গছ ৰোৱাৰ পৰিকল্পনা কৰা হৈছে আৰু দ্বীপটোৰ প্ৰায় ৬৬ বৰ্গ কিলোমিটাৰ এলেকা সেউজ অঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

চৰকাৰে লগতে স্পষ্ট কৰি দিছে যে শ্বোমপেন আৰু নিকোবৰী আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ এই প্ৰকল্পৰ কেন্দ্ৰবিন্দুত থাকিব আৰু তেওঁলোকক নিজৰ স্থানৰ পৰা স্থানান্তৰিত কৰাৰ কোনো পৰিকল্পনা নাই। জনজাতীয় অধিকাৰ, সাংস্কৃতিক অখণ্ডতা আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পটো ২০২৫ চনৰ পৰা ২০৪৭ চনৰ ভিতৰত তিনিটা পৰ্যায়ত মুঠ ১৬৬.১০ বৰ্গ কিলোমিটাৰ এলেকাত ৰূপায়ণ কৰা হ‘ব। অৱশ্যে, ইয়াৰ পূৰ্বে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা প্ৰতিবাদসমূহত ত্ৰুটিপূৰ্ণ পৰিৱেশ নিৰ্ধাৰণ, বনাঞ্চল ধ্বংসৰ আশংকা আৰু ভূমিকম্প তথা ছুনামীৰ প্ৰতি দ্বীপটোৰ দুৰ্বলতাৰ দৰে বিষয়সমূহ উত্থাপন কৰি ইয়াক পৰিৱেশ সুৰক্ষা আৰু উন্নয়নৰ মাজৰ এক সংঘাতৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd