• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ সেনা প্ৰধান, যুদ্ধ বন্ধ হ’লেও গাজাত চলি থাকিব অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2026 8:41 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনুষ্ঠানিকভাৱে যুদ্ধ সমাপ্ত হৈছে যদিও গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান অব্যাহত আছে। এই অভিযানৰ মাজতে এইবাৰ হামাছৰ সেনা প্ৰধান ইজ আল দিন আল হাদ্দাদ নিহত হৈছে। শনিবাৰে ইজৰাইলৰ সেনাৰ তৰফৰ পৰা এই তথ্য ৰাজহুৱা কৰা হৈছে। সেনাই জনোৱা অনুসৰি, শুকুৰবাৰে গাজা চহৰত এক অভিযান চলোৱা হৈছিল আৰু সেই অভিযানতে হাদ্দাদৰ মৃত্যু হয়। হামাছৰ তৰফৰ পৰাও এই মৃত্যুৰ খবৰ স্বীকাৰ কৰা হৈছে।

এএফপিৰ প্ৰতিবেদন অনুসৰি হামাছে জনাইছে যে শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত হাদ্দাদৰ মৃত্যু হৈছে। তেওঁ সেই অঞ্চলৰ এটা এপাৰ্টমেণ্টত আশ্ৰয় লৈ আছিল আৰু শুকুৰবাৰে ইজৰাইলে তাত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলতে হাদ্দাদৰ মৃত্যু হয়। এই মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতে ইজৰাইলৰ বিৰুদ্ধে গাজাৰ সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। হাদ্দাদৰ মৃত্যুৰ পিছত তেওঁৰ শেষকৃত্যত হাজাৰ হাজাৰ নাগৰিক একত্ৰিত হয় আৰু তেওঁৰ শেষ যাত্ৰাত বহু শিশুকো দেখা পোৱা যায়।

Apply Now

ইজৰাইল ডিফেন্স ফৰ্চ চমুকৈ আই ডি এফৰ তৰফৰ পৰা জনোৱা হৈছে যে ৭ অক্টোবৰত ইজৰাইলৰ মাটিত হামাছে চলোৱা আক্ৰমণৰ ষড়যন্ত্ৰৰ সৈতে এই হাদ্দাদ জড়িত আছিল। দীৰ্ঘদিন ধৰি তেওঁ ইজৰাইলৰ হিট লিষ্টত আছিল। ইজৰাইলৰ সেনাই কয় যে হাদ্দাদ আছিল হামাছৰ সেইসকল জীৱিত সন্ত্ৰাসবাদীৰ এজন, যিয়ে ৭ অক্টোবৰৰ আক্ৰমণৰ পৰিকল্পনা আৰু ৰূপায়ণত মুখ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও যুদ্ধৰ সময়ত হাদ্দাদে বৃহৎ সংখ্যক ইজৰাইলী বন্দীক নিজৰ জিম্মাত ৰাখিছিল আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ বন্দীত থকা লোকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল।

আনহাতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে যোৱা বছৰৰ ১১ অক্টোবৰত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পন্ন হৈছিল। কিন্তু যুদ্ধবিৰতি হ’লেও ইজৰাইলৰ অভিযান স্তব্ধ হোৱা নাই। যুদ্ধবিৰতিৰ পিছৰে পৰা এতিয়ালৈকে গাজাত ইজৰাইলী সেনাৰ আক্ৰমণত ৮৭০ জন লোকৰ মৃত্যু হৈছে আৰু আহত লোকৰ সংখ্যা ২৫৪৩ জন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd