• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা একাউন্ট খুলি জলপানিৰ ধন হৰলুকি প্ৰধান শিক্ষকৰ; প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

৩০ জন ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ত ৫৮ জনৰ নামত উলিয়ালে স্ক’লাৰশ্বিপ

ইয়াছিন আলী by ইয়াছিন আলী
July 4, 2021 7:28 am
teacher grab money by fake account

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ বাবে প্ৰতি বছৰে কৌটি কৌটি টকা ব্যয় কৰা পৰিলক্ষিত হৈছে। কিন্তু সেই জলপানিৰ কিমান শতাংশ লাভ কৰে ছাত্ৰ-ছাত্ৰী সকলে? প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত অহা ধন সমূহ একাংশ মধ্যভোগী আৰু বিদ্যালয় প্ৰধানৰ জেপতহে সোমায়।

ইয়াৰ এক জলন্ত উদাহৰণ স্বৰূপে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত হাজী আজিমুদ্দিন মেম’ৰিয়েল মাদ্ৰাছাৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

Apply Now

মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ টকা সুমুৱাই দিয়াৰ নামত বেংক একাউন্ট খুলিব লাগিব বুলি প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ পৰা নথিপত্ৰ আৰু ১০০ টকা কৈ সংগ্ৰহ কৰে।

কিন্তু সেই নথি পত্ৰৰে নিজৰ কৌশল প্ৰয়োগ কৰি নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰি জালিয়াতিৰে বেংক একাউন্ট খোলে।

সেই একাউন্টত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামত ১০৭০০ কৈ টকা চৰকাৰে দিয়ে। কিন্তু সেই টকা প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ একাউন্টত সোমাইছে যদিও ফিংগাৰ প্ৰিন্ট কোনো ছাত্ৰ-ছাত্ৰীয়ে দিয়া নাই আৰু কোনো একাউন্ট বুক ছাত্ৰ-ছাত্ৰীক দিয়া হোৱা নাই।

নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰাৰ বাবে টকা সমূহ নিজেই গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগত গোপন মিতিৰালি কৰি আত্মসাৎ কৰে। কিছুদিন পিছত ছাত্ৰ- ছাত্ৰীয়ে টকা নোপোৱাত লাহে লাহে ৰহস্য ফাদিল হবলৈ ধৰে।

এই কথাৰ উমান পাই প্ৰধান শিক্ষকে ৩হাজাৰ কৈ টকা ছাত্ৰ-ছাত্ৰীক দিয়ে বুলি ছাত্ৰ ছাত্ৰী সকলে জানিব দিয়ে ।কিন্তু মন কৰিবলগীয়া কথা হ’ল যে যিখন বিদ্যালয়ত ৩০ জন ছাত্ৰ-ছাত্ৰী নাই সেইখন বিদ্যালয়ত কেনেকৈ ৫৮ জন ছাত্ৰ ছাত্ৰীৰ বাবে জলপানিৰ টকা সোমাল সেইটো ডাঙৰ কথা।

ছাত্ৰ-ছাত্ৰীৰ নামত ভূৱা একাউন্ট খুলি ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় চৌহদত প্ৰধান শিক্ষক গো বেক, মূৰ্দাবাদ ধ্বনি দিয়ে আৰু আমাৰ টকা লাগিবই বুলি চৰকাৰলৈ দাবী জনায়।

অভিযোগ মতে বিদ্যালয়খনত ভূৱা ছাত্ৰ-ছাত্ৰীৰে একাউন্ট খুলি বহু পৰিমাণৰ টকা আত্মস্যাৎ কৰাৰ লগতে মূল ছাত্ৰ-ছাত্ৰীৰ নামতো ভূৱা বেংক একাউন্ট খুলি প্ৰধান শিক্ষকজনে ধন আত্মস্যাৎ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ পৰা বেংক একাউন্ট  খুলি বৃত্তি দিয়াৰ বাবে ১০০ কৈ টকা সংগ্ৰহ কৰিছিল যদিও ছাত্ৰ-ছাত্ৰীক এটিএম, পাছ বুক বা একাউন্টৰ কোনো প্ৰমাণ নিদিয়ে।

বৰ্তমান অসমৰ বহু সংখ্যক বিদ্যালয়ত ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি জানিব পৰা গৈছে। দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ধন লুটি পুটি খোৱা এই মানুহৰূপী তেজপিয়া শিক্ষকৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হব।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd