DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ নিৰ্দেশ: এন্টিজেন টেষ্ট নিগেটিভ আহিলেও কৰ’নাৰ লক্ষণ থাকিলে RT-PCR টেষ্ট বাধ্যতামূলক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 6:48 am
WhatsApp Image 2020-09-11 at 6.17.51 AM

প্ৰতিনিধিত্বমূলক ফটো।

12.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ৰোগী যাতে চিনাক্ত নোহাৱাকৈ থাকি নাযায় তাৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে।

যিসকল ব্যক্তিৰ ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ আহিছে, অথচ কৰ’নাৰ লক্ষণ আছে তেওঁলোকক বাধ্যতামূলকভাৱে RT-PCR টেষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয় আৰু আই চি এম আৰে এইবাৰ একেলগে এই পত্ৰ প্ৰেৰণ কৰিছে।

বহু ৰাজ্যই এই নিয়ম পালন নকৰাৰ খৱৰ পোৱাৰ পাছত এইদৰে কঠোৰ নিৰ্দেশনা দি পত্ৰ প্ৰেৰণ কৰা হৈছে।

কৰ’না থাকিলেও কোনো ব্যক্তি যদি চিনাক্ত নোহোৱাকৈ থাকি যায় তেতিয়াহ’লে তাৰ দ্বাৰা বহু লোক আক্ৰান্ত হ’ব পাৰে বুলি জানিব দিয়ে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

যদিও এন্টিজেন টেষ্টৰ দ্বাৰা ক্ষিপ্ৰতাৰে বহু লোকৰ টেষ্ট কৰিব পৰা যায়, সেয়া যে RT-PCR টেষ্টৰ বিকল্প নহয় তাক স্পষ্ট কৰি দিয়া হৈছে।

বৰ্তমান যিমান টেষ্ট কৰা হৈছে তাৰ প্ৰায় ৩০-৪০শতাংশ হৈছে ৰেপিড এন্টিজেন টেষ্ট। ইয়াৰে ১৫ৰ পৰা ২০শতাংশ ক্ষেত্ৰত টেষ্টত ভুল ফলাফল অহা বুলি কোৱা হৈছে। যাৰ কৰ’না আছে তেওঁলোকৰ ক্ষেত্ৰতো নিগেটিভ ফলাফল দিয়ে।

কেন্দ্ৰই স্পষ্টভাৱে নিৰ্দেশ দিছে যে যিসকলৰ লক্ষণ নাই তাত একো কৰিবলগীয়া নাই, কিন্তু যিসকলৰ শৰীৰত কৰ’নাৰ লক্ষণ আছে তেওঁলোকৰ ক্ষেত্ৰত নিগেটিভ ফলাফল আহিলে RT-PCR টেষ্ট কৰিবই লাগিব।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd