• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেজৰ লিটুল গগৈ প্ৰসংগ : শ্ৰীনগৰ আৰক্ষীৰ তদন্তত অসন্তুষ্ট আদালত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2018 8:14 am
Leetul-gogoi-570x320

মেজৰ লিটুল গগৈ। ফাইল ফটো আউটলুকৰ সৌজন্যত

168
VIEWS
Share on FacebookShare on Twitter

মেজৰ লিটুল গগৈৰ বিৰুদ্ধে শ্ৰীনগৰ আৰক্ষীয়ে চলাই থকা সুৰুঙাযুক্ত তদন্তৰ বাবে আদালতৰ ৰোষৰ সন্মুখীন হ’ব লগীয়া হৈছে।

উল্লেখযোগ্য যে মেজৰ গগৈয়ে যোৱা মে’ মাহত শ্ৰীনগৰৰ এখন হোটেলত এগৰাকী স্থানীয় যুৱতীৰ সৈতে প্ৰৱেশ কৰিবলৈ বিচাৰোতে বিবাদৰ সৃষ্টি হৈছিল। আৰু সেই সময়তে আৰক্ষীয়ে মেজৰ লিটুল গগৈক আৰক্ষীয়ে আটক কৰিছিল।

আৰু এই ঘনটনাৰ তদন্ত কৰিছিল শ্ৰীনগৰৰ আৰক্ষীয়ে। কিন্তু শ্ৰীনগৰ আৰক্ষীৰ তদন্তত সন্তুষ্ট নোহোৱাত ইয়াৰ মুখ্য মহানগৰীয় দণ্ডাধীশ আদালতে সবিশেষ তদন্ত কৰি বিস্তৃত প্ৰতিবেদন অহা ১৮ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

মন কৰিব লগীয়া যে এই সন্দৰ্ভত আদালতে কয় যে উক্ত ঘটনাৰ প্ৰকৃত তথ্যৰ অনুসন্ধান নকৰাকৈয়ে আৰক্ষীয়ে অতি দায়িত্বজ্ঞানহীনভাৱে তদন্ত কৰিছিল।

তাৰোপৰি আদালতে এই ঘটনাৰ সঠিকভাৱে তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। ইণ্টাৰনেশ্যনেল ফ’ৰাম ফৰ জাষ্টিচ এণ্ড হিউমেন ৰাইটছৰ মুৰব্বী মহম্মদ এহছান উণ্টুৱে দাখিল কৰা আবেদনৰ শুনানি লৈ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে খানয়াৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক এই ঘটনাৰ বিস্তৃত প্ৰতিবেদন অহা ১৮ ছেপ্টেম্বৰৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিয়ে।

আনহাতে সেনাৰ বিষয়াজনে এগৰাকী মহিলাৰ সৈতে হোটেললৈ কিয় গৈছিল আৰু তেওঁৰ লগত থকা সেনাৰ জোৱান সমীৰ মাল্লাৰ ইয়াত কেনেধৰণৰ ভূমিকা আছিল তাৰ ওপৰতো আৰক্ষীয়ে প্ৰকৃত অনুসন্ধান কৰা নাছিল বুলি আদালতে কয়।

ইফালে মেজৰ গগৈয়ে উবেদ উছমানিৰ নামত অপল’ড কৰি ইয়াৰ জৰিয়তে ভুৱা ফেচবুক খুলিছিল। আৰু আদালতে এই সম্পৰ্কতো তথ্য প্ৰযুক্তি আইনৰ অধীনত তদন্তৰ প্ৰয়োজন বুলি কয়।

Recent News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd