• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জল সংকটত ৰাজধানী : তিনি চুবুৰীয়া ৰাজ্যৰ পৰা পানী বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেজৰিৱাল চৰকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 2, 2024 3:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ গৰমে দহিছে দিল্লীবাসীক। তাপমাত্ৰাই স্পৰ্শ কৰিছে ৪৭ ডিগ্ৰী। এই পৰিস্থিতিত দিল্লীৰ কেইবাটাও অঞ্চলৰ বাসিন্দা ভয়াৱহ জল সংকটৰ সাক্ষী হৈ পৰিছে। জল সংকট সমাধানৰ বাবে চুবুৰীয়া তিনিখন ৰাজ্যৰ পৰা সহায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অৰবিন্দ কেজৰিৱালৰ চৰকাৰ। কেন্দ্ৰীয় চৰকাৰলৈও পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।

দিল্লী চৰকাৰে এই আবেদনত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা অতিৰিক্ত পানী বিচাৰিছে।

Apply Now

চৰকাৰৰ মতে, গ্ৰীষ্মকালত পানীৰ চাহিদা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আন ৰাজ্যৰ পানী যোগান অবিহনে দিল্লীৰ পানী যোগানৰ চাহিদা পূৰণ কৰিব নোৱাৰি। দিল্লী চৰকাৰে আদালতত দাবী কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানীৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো আন ৰাজ্যৰ কৰ্তব্য।

উচ্চতম ন্যায়ালয়ত আবেদন দিয়াৰ উপৰিও দিল্লী চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

দিল্লীৰ মন্ত্ৰী আতিশিয়ে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতলৈ লিখা পত্ৰখনত লিখিছে, “দিল্লী দৈনন্দিন পানীৰ প্ৰয়োজনীয়তা পূৰণৰ চৰকাৰ বাবে যমুনা নদীৰ পানীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যোৱা কেইদিনমানৰ পৰা ৱাজিৰাবাদৰ বেৰেজৰ পানী মুকলি নকৰাৰ বাবে যমুনাৰ জলস্তৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে। যাৰ বাবে পানীৰ সংকটৰ সন্মুখীন হ’বলগা হৈছে।

চাণক্যপুৰীৰ সঞ্জয় কেম্প আৰু গীতা কলনী অঞ্চলকে ধৰি দিল্লীৰ কেইবাটাও অঞ্চলত তীব্ৰ জল সংকট দেখা গৈছে। গৰমৰ দিনত পানীৰ বটল এটাৰ বাবে দীঘলীয়া শাৰী পাতি মানুহ থিয় হ’বলগীয়া হৈছে। ফলত চৰকাৰৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে দিল্লীবাসী ৰাইজ।

আনহাতে, দিল্লী চৰকাৰে পানীৰ অপচয় বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে জনাইছে যে পানী অপচয় কৰিলে দুহাজাৰ টকা জৰিমনা ভৰিব লাগিব।

জাননী অনুসৰি কোনো ঘৰৰ পানীৰ টেংকিৰ পৰা পানী ওফন্দি উঠিলে, ব্যক্তিগত গাড়ী বা আন বাহন ধুবলৈ খোৱাপানী ব্যৱহাৰ কৰিলে জৰিমনা আৰোপ কৰা হ’ব। এই শাস্তি বলবৎ আৰু নিৰীক্ষণৰ বাবে ২০০ টা দল গঠন কৰা হৈছে।

ইফালে দিল্লীৰ উষ্ণতা আগন্তুক কেইদিনমানলৈ একেই থাকিব বুলি ‘মৌচম ভৱন’এ জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd