• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চভূতত বিলীন হ’ল বীৰ শ্বহীদ বাবলু ৰাভা; ত্ৰিৰংগা সাৱটি শ্মশানত বাকৰুদ্ধ হৈ পৰিল শ্বহীদ পত্নী

নীলমনি শর্মা by নীলমনি শর্মা
April 5, 2021 1:23 pm
IMG_20210405_074458

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক শোকাকুল পৰিবেশ। ৰাতিপুৱাই কান্দোনৰ ৰোল উঠিল গোৱালপাৰাৰ দূধনৈৰ দামৰাত। শনিবাৰে ছত্তিশগড়ৰ সুকুমা আৰু বিজাপুৰ জিলাৰ দক্ষিণ বাস্তাৰ  অঞ্চলত মাওবাদীৰ আক্ৰমণত আন ২৪জন CRPF জোৱানৰ লগতে মৃত্যুক আকোৱালি লৈছিল দূধনৈৰ দামৰাৰ বাবলু ৰাভাই।

আজি ৰাতিপুৱাই শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টিৰ হয় ৷

Apply Now

উল্লেখযোগ্য যে ২০০৯ চনত CRPF যোগদান কৰিছিল বাবলু ৰাভাই। অতি অমায়িক স্বাভাৱৰ বাবলু ৰাভা সকলোৰে মাজত জনপ্ৰিয় আছিল।

বাবলু ৰাভাৰ মৃত্যুৰ বতৰাই সকলোকে ব্যথিত কৰি তোলে ৷ বীৰ শ্বহীদ গৰাকীক নিজ বাসগৃহত শ্ৰাদ্ধঞ্জলি জনোৱাৰ পিছত এখন পুস্প সজ্জিত বাহনেৰে আৰম্ভ কৰে অন্তিম যাত্ৰা ৷

অসম আৰক্ষী, চি আাৰ পি এফ, সেনা বাহিনী লগত কেইবা শতাধিক গুণমুগ্ধই সংগ দিয়ে অন্তিম যাত্ৰত৷ দামৰা ৰাজহুৱা শ্মশানত। সম্পূৰ্ণ সামৰিক সন্মানৰে সৎকাৰ কৰা হয় বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ ৷

শ্মশানত গোৱালপাৰা জিলা প্ৰশাসন, গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ লগতে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়া সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্বহীদ বাবলু ৰাভাই পত্নী, মাক, দুই ভয়েক আৰু সাত বছৰীয়া কন্যা সন্তানক ইহ সংসাৰত এৰি  থৈ যায়।

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd