• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাব্যঋষিৰ অন্তিম যাত্ৰা! আজি বিয়লিয়েই মহানগৰীৰ ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাব্যঋষি নীলমণি ফুকনৰ আজি পুৱা ১১ বাজি ৫৫ মিনিটত দেহাৱ সান ঘটে। জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীৰ মহাপ্ৰয়ানত শোকস্তদ্ধ হৈ পৰিছে অসমৰ কাব্যপ্ৰেমীৰ লগতে সুধী সমাজ। কবিগৰাকীৰ উচ্ছা অনুসৰিয়েই আজি বিয়লি তেওঁৰ শেষকৃত্য মহানগৰীৰ ভূতনাথ শ্মশানত সম্পন্ন কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কবি গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ইতিমধ্যে কাব্যঋষিৰ নশ্বৰদেহ ভূতনাথ শ্মশানলৈ নিয়া হৈছে।

অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতাই প্ৰজন্মৰ পিছত প্ৰজন্মৰ মন মগজু আলোড়িত কৰি ৰাখিছে।  

কবি নীলমনি ফুকনৰ উল্লেখযোগ্য কবিতাপুথি সমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, আদি অন্যতম।

Apply Now

১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত নীলমণি ফুকনৰ জন্ম। তেওঁ ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক ১৯৮১ চনত তেওঁৰ ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ফুকনক৷

তদুপৰি, ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়৷ কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে ৷

১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি নীলমনি ফুকনে ১৯৯২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। কবিতাৰে মানুহৰ হৃদয় উদ্বেলিত কৰি চিৰকাল মানৱতাৰ জয়গান গোৱা অসমীয়া বৌদ্ধিক আকাশৰ মহানক্ষত্ৰৰ যেন আজি পতন ঘটিল।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

June 9, 2026 7:48 pm
ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

June 9, 2026 7:43 pm

150+ Schweizer Casinos im Vergleich

June 9, 2026 7:40 pm
সংবিধান সংশোধনৰ বাবে প্ৰয়োজন দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা, তৃণমূল কংগ্ৰেছ ভাঙি লোকসভাত ‘মেজিক নম্বৰ’ লাভ কৰিবলৈ সক্ষম হ’বনে এনডিএ?

সংবিধান সংশোধনৰ বাবে প্ৰয়োজন দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা, তৃণমূল কংগ্ৰেছ ভাঙি লোকসভাত ‘মেজিক নম্বৰ’ লাভ কৰিবলৈ সক্ষম হ’বনে এনডিএ?

June 9, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

June 9, 2026 7:48 pm
ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

June 9, 2026 7:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd