• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিনামূলীয়া হুইল চেয়াৰ সেৱাৰ বাবদ প্ৰবাসী ভাৰতীয়ৰ পৰা লুটিলে ১০ হাজাৰ টকা ! কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰে’লৱেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 3:00 pm
459
VIEWS
Share on FacebookShare on Twitter

প্ৰবাসী ভাৰতীয় সমুখীন হ’ল প্ৰৱঞ্চনাৰ। ঘটনাটো এনেধৰণৰ যে, দিল্লীত এখন সৰু হুইল চেয়াৰ আৰু লাগেজ কঢ়িয়াই নিবলৈ ১০ হাজাৰ টকা লয় এগৰাকী কুলিয়ে। এক বা দুটকা নহয়, ১০ হাজাৰ টকা। সেই কথা গম পোৱাৰ পাছত ৰে’লৱেৰ শ্ৰমিক সমাজৰ চকু কপালত উঠিল।

শেহতীয়াকৈ ৰে’ল কৰ্তৃপক্ষই দিল্লীৰ হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনত এজন কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। গোটেই ঘটনাটো কথা পাতিলেই গম পোৱা যায়। আৰক্ষীৰ মতে, কিছুদিন পূৰ্বে কুলিয়ে এজন প্ৰবাসী ভাৰতীয়ৰ লাগেজ আৰু হুইল চেয়াৰ প্লেটফৰ্মত ডেলিভাৰী কৰিছিল। যাৰ বাবে তেওঁ সেই প্ৰবাসী ভাৰতীয়ৰ পৰা ১০ হাজাৰ টকা লৈছিল।

প্ৰবাসী ভাৰতীয় যাত্ৰীগৰাকীৰ কন্যাই পাছত গম পায় যে ষ্টেচনত হুইল চেয়াৰ সেৱা বিনামূলীয়াকৈ উপলব্ধ। আৰু তাৰ পাছত তেওঁ গোচৰ ৰুজু কৰিলে। বিষয়টো ৰেলৱেৰ দৃষ্টিগোচৰ হয়। হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেচন কৰ্তৃপক্ষই ঘটনাৰ সত্যতা পৰীক্ষাৰ বাবে তদন্ত আৰম্ভ কৰে আৰু ঘটনা সত্য বুলি প্ৰমাণিত হোৱাৰ বাবে কুলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

ৰে’লৱেৰ তথ্য অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সমান্তৰালকৈ প্ৰবাসী ভাৰতীয়ক ৯ হাজাৰ টকাও ঘূৰাই দিয়া হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd