• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 11:33 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত গ্ৰেপ্তাৰ হ’ল বৰপথাৰৰ মৰেল পুলিচিং কাণ্ডৰ মূল অভিযুক্ত। মূল অভিযুক্ত পলাতক ৰাজু শ্ৰেষ্ঠক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমানো পলাতক অৱস্থাতত আছে আন দুই অভিযুক্ত। পলাতক ৰণজিৎ শ্ৰেষ্ঠ আৰু শংশাক শ্ৰেষ্ঠ। আনফালে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল কমল গগৈক নামৰ এজনক।

উল্লেখ্য যে, বৰপথাৰত হৈছিল জঘন্য মৰেল পুলিছিং ঘটনা। এই বৰ্বৰ ঘটনাৰ সৈতে আছু আৰু বিজেপি নেতাৰ লগতে চৰকাৰী চাকৰিয়াল জড়িত থকাৰ অভিযোগ উঠাৰ পাছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Apply Now

গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তর্গত গেলাবিলত সংঘটিত এই মৰেল পুলিচিঙৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছিল। ঘটনাটো সংঘটিত হৈছিল বুধবাৰে আবেলি। কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটি ভিডিঅ’ত দেখা গৈছিল যে দুজন কিশোৰক চুৰিৰ অভিযোগত কেইজনমান লোকে অশ্লীল গালি-গালাজ পাৰি বহুত বেয়াকৈ শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল। ৰবৰ বাগানৰ পৰা ৰবৰ আৰু ছাগলী চুৰিৰ অভিযোগত এগৰাকী কিশোৰ আৰু এজন যুৱকক বৰ্বৰ শাস্তি বিহা হৈছিল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশাঙ্ক শ্ৰেষ্ঠ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বিজেপি দলৰ বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু এখন বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰণজিৎ শ্ৰেষ্ঠৰ নেতৃত্বত মৰেল পুলিচিঙৰ এই বৰ্বৰ কাণ্ড সংঘটিত হৈছিল।

অতি নিন্দনীয়া কথা যে মাৰপিট কৰিয়েই ক্ষান্ত নাথাকি এই লোককেইজনে সকলো সীমা চেৰাই কিশোৰ আৰু যুৱক দুজনৰ শৰীৰত নিমখ, ভোট জলকীয়া লগাই নিৰ্যাতন চলাইছিল। দুয়োগৰাকী আহত কিশোৰ-যুৱক বৰ্তমান যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ বিষয়ে ৰাজহুৱা হোৱাত বিভিন্ন মহলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত বৰপথাৰৰ গেলাবিলৰ মৰেল পুলিচৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশাঙ্ক শ্ৰেষ্ঠক ছাত্র সন্থাৰ সকলো বিষয় বাবৰ পৰা অব্যাহত দিছিল গোলাঘাট জিলা ছাত্ৰ সন্থাই। আনফালে ৰাজু শ্ৰেষ্ঠক বিজেপিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd