• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৱাচিতাৰ বাবে পৰিশোধ কৰা নাই ধন, বাকী ৬৩ লাখ টকা! কি অৱস্থাত আছে মেহুলৰ মুম্বাইৰ ফ্লেটসমূহ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 10:38 am
151
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত মেহুল চৌকচী। কেইবাবছৰ ধৰি তেওঁ দেশ এৰি পলায়ন কৰিছিল। অৱশেষত সোমবাৰে মেহুল চোকছীক গ্ৰেপ্তাৰ কৰে বেলজিয়াম আৰক্ষীয়ে। এই গ্ৰেপ্তাৰৰ জোছত মেহুলৰ পুৰণি কিছুমান কাৰ্যকলাপৰ পুনৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। তাৰে এটা হ’ল তেওঁৰ মুম্বাই ফ্লেটৰ বাবে ঋণী হোৱা বৃহৎ পৰিমাণৰ ধন।

মুম্বাইৰ মালাবাৰ হিলৰ গকুল এপাৰ্টমেণ্টত মেহুল চোকচিৰ একাধিক ফ্লেট আছিল। কিন্তু তাত বহুদিন নাথাকিবৰ বাবে আজি সেই ফ্লেটবোৰ প্ৰায় জৰাজীৰ্ণ অৱস্থাত আছে। অৱশ্যে স্থানীয় ৰাইজে জনোৱা মতে, যোৱা ৭ বছৰত চোকচিয়ে ফ্লেটটোৰ কোনো ৰক্ষণাবেক্ষণ মাচুল আদায় দিয়া নাই। বাকী থকা ধনৰাশি প্ৰায় ৬৩ লাখ টকা! পিএনবিৰ গোচৰত এই ফ্লেটসমূহৰ নাম অহাৰ পিছত ইতিমধ্যে ইডিয়ে জব্দ কৰিছিল এই ফ্লেটসমূহ। এতিয়া পোহৰলৈ আহিছে যে পলাতক ব্যৱসায়ীজনে কেতিয়াও তেওঁলোকৰ ‘ৰক্ষণাবেক্ষণ মাচুল’ আদায় দিয়া নাছিল।

এটা সৰ্বভাৰতীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি গকুল এপাৰ্টমেণ্টৰ নৱম, দশম আৰু একাদশ মহলাত মেহুলৰ তিনিটা ইউনিট আছে। তাৰ ভিতৰত ১১ নং মহলাত টেৰেচ আছে। সেই ফ্লেটবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ধন নিদিলে চোকচীয়ে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে আন এটা আৱাসিক স্থান দখল কৰাৰ অভিযোগো উত্থাপন হৈছিল।

স্থানীয় ৰাইজৰ মতে বহুমহলীয়া ভৱনটোৰ সংস্কাৰৰ সময়ত তিনিটা ইউনিটৰ প্ৰতিটোৰ বাবে ৩০-৩৫ লাখ টকা খৰচ কৰা হৈছিল। মুঠতে মেহুল চোকচীৰ বাকী থকা ঋণ ১ কোটি টকাৰ ওচৰ চাপিছে। ফ্লেটটো জব্দ কৰা হয়, যাৰ ফলত ইয়াৰ ভিতৰত চোৱাচিতা কৰা হোৱা নাই। ইয়াৰ বাবেই সমগ্ৰ ওখ অট্টালিকাটোৰ ক্ষতিসাধন হোৱাৰ অভিযোগ বাসিন্দাসকলে। ইয়াৰ বাবে শীঘ্ৰে কিবা পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd