• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ পৰা শিক্ষাৰ্থীৰ গণ প্ৰব্ৰজন হ্ৰাস কৰিবলৈ কেন্দ্ৰৰ নতুন পদক্ষেপৰ ঘোষণা ৰাজ্যিক ড’নাৰ মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 2:13 pm
Equitable development of all NE states priority of our government, Says DoNER Minister

ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং। ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে সোমবাৰে ঘোষণা কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বহিঃৰাজ্য বা স্বদেশৰ বাহিৰলৈ বিপুল সংখ্যক প্ৰব্ৰজন ভৱিষ্যতে ৰোধ কৰাৰ বাবে কেন্দ্ৰই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্পছে আয়োজন কৰা ‘মীট ড্য প্ৰেছ’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি ড’নাৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে ২০১৪ চনত যেতিয়া ইউপিএ চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া চৰকাৰখনে দিল্লী, পুনে, বেংগালুৰু আদি মহানগৰলৈ ঘাইকৈ শিক্ষাগ্ৰহণ আৰু নিয়োজনৰ বাবে বিপুল সংখ্যক ছাত্ৰৰ আগমণক লৈ সমস্যাত পৰিছিল।

Apply Now

তেওঁ কয়, ‘‘আমি এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছিলোঁ গুৱাহটী বিশ্ববিদ্যালয়ত এটা আছুতীয়া বিভাগ আৰম্ভ কৰিছিলোঁ যিটো বিভাগে যুক্তৰাষ্ট্ৰৰ দৰে বিদ্যায়তনিক ভাষণ প্ৰদান কৰাৰ বাবে বিদ্বানসকলক আমন্ত্ৰণ কৰিছিল। শ্বিলঙত আমি এপিজে আব্দুল কালাম চকীৰ প্ৰৱৰ্তন কৰিছিলোঁ।’’

‘‘চৰকাৰে সকলোকে চাকৰিত নিয়োগ কৰিব নোৱাৰে, কিন্তু ই চাকৰি সৃষ্টি কৰাত সহায় কৰিব পাৰে। এই দিশত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু বিত্তীয় সহায় আগবঢ়াইছোঁ। ই প্ৰকাশ ঘটিবলৈ প্ৰায় দুবছৰ সময় গ্ৰহণ কৰিছে আৰু সুফল দিবলৈ আৰম্ভ কৰিব যেতিয়া ঘৰতেই নিয়োগৰ সুযোগ লাভ কৰিব তেতিয়াই তেওঁলোকৰ এই গণ প্ৰব্ৰজন হ্ৰাস পাব।’’ মন্ত্ৰীগৰাকীয়ে কয়।

উত্তৰ-পূৰ্বাঞ্চললৈ পুঁজিৰ আবণ্টনৰ ক্ষেত্ৰত বিলম্ব হোৱাৰ বিষয়ে সঘনে উচ্চাৰিত অভিযোগ সন্দৰ্ভত ড’নাৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে বিগত ৪ বছৰত পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াটো সৰলীকৃত কৰি অনা হৈছে।

আমি পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াটো সংশোধন কৰিছোঁ। হাতত লোৱা কামৰ লেখ ল’বলৈ আমি কৃত্ৰিম উপগ্ৰহৰ সহায় গ্ৰহণ কৰিছোঁ আৰু তাৰ পাছত আমি প্ৰমাণপত্ৰ প্ৰদান কৰিছোঁ। আমি স্বচ্ছতা আনিছো আৰু স্বচ্ছতা অনা আৰু স্বচ্ছতাৰ গতিশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰযুক্তিৰ অধিকতৰ ব্যৱহাৰ কৰিছোঁ।’’ তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd