DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Crime in the City: মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 2:08 pm
a13b6ef5-de45-4057-8a52-355d99fd88c5-750x375
161
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনাই নতুন মোৰ লৈছে।

আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত অব্যাহত ৰখাৰ সময়তে আৰক্ষীৰ হাতত আহি পৰিছে গুৰুত্বপূৰ্ণ ক্লু।

আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অনু হাজৰিকাৰ পৰিচাৰক জিণ্টু হাজৰিকাক।

ধৃত জিণ্টু হাজৰিকাৰ বিস্ফোৰক স্বীকাৰোক্তি মতে সোমবাৰে দিনৰ ১১ বজাত হিচাপ পৰীক্ষক অক্ষয়ে ফোন কৰিছিল জিণ্টুক।

তেওঁক অনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা কৰিছিল অক্ষয়ে।

লগতে পঢ়ক: অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটি নতুন অতিথি; জন্ম পালে দুটাকৈ ঢেকীয়াপতীয়াৰ পোৱালী

ইপিনে, জানিব পৰা মতে বাৰম্বাৰ সলনি হৈছে পৰিচাৰক জিণ্টুৰ ভাষ্য।

ক’ভিড পৰিস্থিতিৰ বাবে অনু হাজৰিকাই, বেংকলৈ যোৱা বন্ধ কৰিছিল যাৰ বাবে ঘৰতে ৰাখিছিল লক্ষাধিক টকা।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনু হাজৰিকাৰ গাড়ীৰ চালক প্ৰাণজিৎ শৰ্মাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।

লগতে পঢ়ক:হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ

ইপিনে, জানিব পৰা মতে অক্ষয়কো আৰক্ষীয়ে সোধপোছ কৰিছে আৰু অধইক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আশা কৰা হৈছে আৰক্ষীয়ে শীঘ্ৰেই মূল অপৰাধীক পোহৰলৈ আনিবলৈ সক্ষম হব।

Tags: assam policeGuwahatiTara Diamond Complex

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd