• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিনন্দন! আজিৰ পৰা ভৰিব লাগিব আৰু অধিক টোল কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 8:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিয়ে ৰাজ্যখনক অস্থিৰ কৰি ৰাখিছে, সেই সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ অসমৰ টোল প্লাজাসমূহত টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি অসমত কাৰ্যক্ষম হৈ থকা সাতখন টোলগেটৰ একক যাত্ৰাৰ সংশোধিত কৰ এনেধৰণৰ।

Apply Now

১) নাজিৰাঘাটৰ সোণাপুৰ টোলগেটত কাৰ, ভ্যান, জীপ আৰু লঘু মটৰ গাড়ীৰ পৰা একক যাত্ৰাৰ বাবে ১২৫ টকাৰ পৰিৱৰ্তে ১৩৫ টকা লোৱা হ’ব। আনহাতে লঘু সামগ্ৰীৰ বাহন, মিনিবাছ আৰু লঘু বাণিজ্যিক বাহনৰ টোল কৰ ২০৫ টকাৰ পৰা ২১৫ টকালৈ বৃদ্ধি কৰা হৈছে।  ট্ৰাক আৰু বাছৰ টোল কৰ ৪৪৫ টকাৰ পৰা ৪৫৫ টকালৈ বৃদ্ধি কৰা হৈছে।

২) ৰহা টোল গেটত কাৰ, জীপ, ভ্যান, লঘু মটৰ গাড়ীৰ বাবে ১১০ টকাৰ পৰিৱৰ্তে ১১৫ টকা লৈ বৃদ্ধি কৰা হৈছে। লঘু বাণিজ্যিক বাহন আৰু লঘু সামগ্ৰীৰ বাহনৰ টোল মাচুল ১৭৫ টকাৰ পৰা ১৮৫ টকালৈ বৃদ্ধি কৰা হৈছে। ট্ৰাক আৰু বাছৰ বাবে টোলৰ হাৰ ৩৭০ টকাৰ পৰা ৩৯০ টকালৈ বৃদ্ধি কৰা হৈছে।

৩) গুৱাহাটীৰ সমীপৰ বাইহাটা ৰোডৰ মদনপুৰ টোলগেটত কাৰ, ভ্যান, জীপ আৰু লঘু মটৰ গাড়ীৰ পৰা ১২৫ টকাৰ পৰিৱৰ্তে ১৩০ টকা লোৱা হ’ব। আনহাতে, লঘু বাণিজ্যিক বাহন আৰু লঘু সামগ্ৰীৰ বাহনৰ পৰা ২০৫ টকাৰ পৰা ২১০ টকা লোৱা হ’ব। ট্ৰাক আৰু বাছৰ টোল ৰেট ৪২০ টকাৰ পৰা ৪৪০ টকালৈ বৃদ্ধি কৰা হৈছে।

৪) একেদৰে নগাঁৱৰ ডবকা টোলগেটত এতিয়া কাৰ, ভ্যান, জীপ আৰু লঘু মটৰ গাড়ীৰ পৰা ৯০ টকাৰ পৰিৱৰ্তে ৯৫ টকা লোৱা হ’ব, আনহাতে, লঘু সামগ্ৰীৰ বাহনৰ বাবে টোল টেক্স ১৪৫ টকাৰ পৰা ১৫০ টকালৈ বৃদ্ধি কৰা হৈছে। মিনিবাছ আৰু লঘু বাণিজ্যিক বাহন, ট্ৰাক আৰু বাছৰ বাবে ৩০৫ টকাৰ পৰা ৩২০ টকালৈ বৃদ্ধি কৰা হৈছে।

ইফালে, বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ, অসমে ৰাজ্যৰ টোল প্লাজাত টোল মাচুল বৃদ্ধিৰ বিৰোধিতা কৰিছে।

এক প্ৰেছ বিবৃতিত এআইপিচিৰ সভাপতি তথা ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক গৌৰৱ সোমানীয়ে কয় যে এনএইচএআইয়ে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো বাহনৰ বাবে ৫%ৰ পৰা ২৫% টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

সোমানীয়ে কয় যে এন এইচ আইয়ে সমগ্ৰ অসমতে ট্ৰাক চালক আৰু যাত্ৰীসকলৰ বাবে উপযুক্ত বিনোদনৰ সুবিধা, সুৰক্ষা ব্যৱস্থা, বেৰ আৰু শৌচাগাৰ অবিহনে টোল প্লাজা স্থাপন কৰি আহিছে।

মন কৰিবলগীয়া যে চৰকাৰে ইতিমধ্যে  ২০২২ চনৰ ১ এপ্ৰিলত টোল টেক্স ১৫% বৃদ্ধি কৰিছিল। এনেদৰে টোল কৰ বৃদ্ধি পাই থাকিলে যে ৰাইজ অতীষ্ঠ হ’ব সেয়া ধূৰূপ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd