• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰক ৩গৱেষকলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 10:17 am
100520_ti_nobel-medicine_all-winners

চিকিৎসা বিজ্ঞানত নোবেল বঁটা বিজয়ী তিনিগৰাকী বাওঁফালৰ পৰা ক্ৰমে হাৰ্ভে জে অল্টাৰ, মাইকেল হিউটন আৰু চাৰ্লছ ৰাইছ। ফটো সৌজন্য: ছায়েন্স নিউজ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমতে হেপাটাইটিছ এ আৰু তাৰপাছত হেপাটাইটিছ বি ভাইৰাছৰ সন্ধান পোৱা গৈছিল। তথাপি বিশ্বৰ অধিক সংখ্যক ৰক্তপ্ৰবাহিত হেপাটাইটিছ আক্ৰান্তৰ ক্ষেত্ৰত প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা যোৱা নাছিল।

এই ৰহস্যৰ ভেদ কৰিছিল দুগৰাকী আমেৰিকাৰ গৱেষক হাৰ্ভে জে অল্টাৰ, চাৰ্লছ এম ৰাইছ আৰু ব্ৰিটিছ গৱেষক মাইকেল হিউটনে।

Apply Now

ক্ৰনিক হেপাটাইটিছৰ প্ৰকৃত কাৰণ বুজাত যুগান্তকাৰী আৱিষ্কাৰক এই তিনি বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।

সোমবাৰে বিয়লি নোবেল কৰ্তৃপক্ষই এক টুইটযোগে কয়,’’হেপাটাইটিছ চি ভাইৰাছ আৱিষ্কাৰৰ বাবে ২০২০বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে হাৰ্ভে জে অল্টাৰ, চাৰ্লছ এম ৰাইছ আৰু মাইকেল হিউটনে।‘’

আন এক বিবৃতিত কোৱা হৈছে যে ৰক্তপ্ৰবাহিত হেপাটাইটিছৰ বাবে বিশ্বৰ অসংখ্য লোক ছিৰ’ছিছ তথা পাকস্থলীৰ কেন্সাৰত ভূগে।  এই গৱেষক তিনিগৰাকীৰ আৱিষ্কাৰে সেই ৰোগ নিৰাময়ৰ দিশত বিশ্বক নতুন বাট দেখুৱাইছে। এই আৱিষ্কাৰৰ ফলতেই তেজৰ পৰীক্ষা সম্ভৱ হোৱাৰ লগতে বিশ্বৰ লাখ লাখ লোকৰ প্ৰাণ বাচি গৈছে।

নোবেল কৰ্তৃপক্ষই নোবেল বিজয়ী গৱেষক কেইগৰাকীৰ গৱেষণাৰ বাখ্যা আগবঢ়াই কয় যে ৰক্ত সঞ্চালন সম্পৰ্কীয় পদ্ধতিগত গৱেষণাৰ জৰিয়তে আমেৰিকান গৱেষক হাৰ্ভে জে অল্টাৰে এটা গোপন ভাইৰাছক চিনাক্ত কৰিছে। এইটোৱে ক্ৰনিক হেপাটাইটিছৰ মূল কাৰণ।

সেইদৰে ব্ৰিটিছ গৱেষক মাইকেল হিউটনে সেই নতুন ভাইৰাছৰ জেনম’ক পৃথক কৰিছে। যিটো ভাইৰাছৰ নাম হেপাটাইটিছ চি।

আনহাতে, আনগৰাকী আমেৰিকান গৱেষক চাৰ্লছ এম ৰাইছে চূড়ান্ত প্ৰমান দাঙি ধৰিছে। ইয়াৰ দ্বাৰা এইটো প্ৰমানিত হৈছে যে হেপাটাইটিছ চি-য়ে নিজেই হেপাটাইটিছ দূৰ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd