DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশত ২ লাখৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; মঙলবাৰে মহাৰাষ্ট্ৰত ২০০ৰো অধিক লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2020 8:38 am
743
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। মঙলবাৰৰ দিনটোত ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাছে।

এইয়ালৈকে দেশত সংক্ৰমণৰ সংখ্যা প্ৰায় ২ লাখৰ ওচৰা ওচৰি হোৱাৰ লগতে প্ৰায় ৬ হাজাৰ লোকৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে দেশত বৰ্তমানলৈকে ১,৯৮,৭০৬ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত মৃত্যু হৈছে ৫,৫৯৮ গৰাকী লোক।

মঙলবাৰৰ দিনটোত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত ১০৩, দিল্লীত ৩৩, গুজৰাটত ২৯, তামিলনাডুত ১৩ আ্‌ৰু পশ্চিমবংগত ১০।

ইয়াৰ উপৰি উত্তৰ প্ৰদেশত ৭ গৰাকী, মধ্য প্ৰদেশত ৬ গৰাকী, ৰাজস্থান আৰু তেলেংগানাত চাৰিগৰাকীকৈ, জম্মু-কাশ্মীৰত তিনিগৰাকী, পঞ্ডাৱ আৰু হাৰিয়ানাত দুজনকৈ, চণ্ডিগড়, ছত্তিছগড় আৰু কেৰালাত একোজনকৈ লোকৰ মৃত্যু হয়।

উল্লেখ্য যে ৰাজ্য সমূহৰ ভিতৰত অধিক ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৭২,৩০০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ২,৪৬৫ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে দিল্লীত ২২,১৩২ গৰাকী আৰু গুজৰাটত ১৭,৬৩২ গৰাকী লোক এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।

Tags: COVID-19

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd