• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত ৪১.৩ কোটি অতিক্ৰম কৰিলে বাহনৰ সংখ্যাই : দেশত বলৱৎ হ’ব পাৰে নতুন পৰিবহন নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 3:23 pm
122
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰ লগে লগে দেশত নগৰীকৰণৰ গতি অতি খৰতকীয়া হৈ পৰিছে। ইয়াৰ লগে লগে ৰাজপথত গাড়ী-বাহনৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈছে। বৰ্তমানৰ এই পৰিস্থিতিৰ বাবে পৰিবহন বিশেষজ্ঞসকলে এটা নতুন আৰু অধিক কাৰ্যকৰী পৰিবহন নীতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। এই সন্দৰ্ভত যোৱা ৮ জুনত ইণ্ডিয়ান স্কুল অব পাব্লিক পলিচিয়ে চমুকৈ আইএছপিপিয়ে ২০০৬ চনত বলবৎ কৰা ৰাষ্ট্ৰীয় নগৰ পৰিবহন নীতিৰ এক পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে।

আইএছপিপিয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ পাইছে যে ২০০৬ চনত ভাৰতত পঞ্জীয়নভুক্ত বাহনৰ সংখ্যা আছিল প্ৰায় ৯ কোটি। কিন্তু ২০২৫ চনত এই সংখ্যা বৃদ্ধি পাই ৪১.৩ কোটিতকৈও অধিক হৈছে। ইয়াৰ অৰ্থ হৈছে বিগত ২০ বছৰত দেশৰ ৰাজপথত প্ৰায় ৩২ কোটি নতুন বাহন চলাচল কৰিবলৈ আৰম্ভ কৰিছে। বাহনৰ এই অভূতপূৰ্ব বৃদ্ধিয়ে বৰ্তমানৰ নগৰীয়া পৰিবহন ব্যৱস্থাৰ ওপৰত এক ডাঙৰ চাপৰ সৃষ্টি কৰিছে।

Apply Now

এই পৰ্যালোচনা প্ৰক্ৰিয়াটো আইএছপিপিৰ চেণ্টাৰ ফৰ আৰবান ট্ৰেঞ্জিচন চমুকৈ আইচিউটিৰ দ্বাৰা পৰিচালনা কৰা হৈছে। এই আলোচনাত নগৰ উন্নয়ন, পৰিবহন আৰু জনস্বাৰ্থ নীতিৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে। এই পৰ্যালোচনাৰ পৰা প্ৰাথমিকভাৱে এই ফলাফল পোৱা গৈছে যে দেশত ৰাজহুৱা পৰিবহন আৰু বিনা মটৰেৰে চলা বাহনসমূহক উৎসাহিত কৰাৰ যি লক্ষ্য আছিল, সেয়া আশা কৰা মতে সফল হ’ব পৰা নাই।

বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে বৰ্তমানৰ পৰিস্থিতি আৰু চাহিদাৰ কথা মনত ৰাখি ২০২৬ চনৰ ভিতৰত এটা নতুন নগৰ পৰিবহন নীতি কাৰ্যকৰী কৰা উচিত। তেওঁলোকে লগতে জনাইছে যে বৰ্তমানৰ নীতিসমূহে বেছিভাগ চহৰতে মেট্ৰ’ ৰেল প্ৰকল্পক অগ্ৰাধিকাৰ দিছে যদিও, সেইবোৰক মাটিৰ সঠিক ব্যৱহাৰ আৰু সামগ্ৰিক পৰিবহন নেটৱৰ্কৰ সৈতে সঠিকভাৱে মিলাব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd