• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদনত বিধেয়ক বাতিলৰ দাবীত বিৰোধীৰ প্ৰতিবাদ; প্ৰতিবাদকাৰীক কটাক্ষ কৰি শিলাদিত্যৰ বিস্ফোৰণ

ডিঙিত গামোচা, মুখত অসমীয়া ভাষা কৈ অসমীয়া নাৰীক বলাৎকাৰ কৰা সকল কি প্ৰকাৰৰ অসমীয়া? : শিলাদিত্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2019 12:33 pm

1 min read

সদনত বিধেয়ক বাতিলৰ দাবীত বিৰোধীৰ প্ৰতিবাদ; প্ৰতিবাদকাৰীক কটাক্ষ কৰি শিলাদিত্যৰ বিস্ফোৰণ
1.6k
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিৱেশন। অধিৱেশনৰ আজি প্ৰথম দিনটোতে ৰাজ্যপালে ভাষণ দি থকাৰ মাজতে বিৰোধী সকলে প্ৰতিবাদ আৰম্ভ কৰে।  যাৰ বাবে ৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব লগীয়া হয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাতে হাতে প্লে’-কাৰ্ড লৈ কান্ধত গামোচা লৈ বিৰোধী দলৰ সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ‘জয় আই অসম ধ্বনি’ৰে বিৰোধী দলৰ সদস্য সকলে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে। যাৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে আধাতে নিজৰ ভাষণ সামৰিব লগীয়া হয়।

সদনৰ বাহিৰতো অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে হোজাইৰ বিধায়ক শিলাদিত্যই সদনৰ প্ৰথম দিনটোতে প্ৰতিবাদ কৰাসকলক কটাক্ষ কৰি কয় যে, ‘ডিঙিত গামোচা, মুখত অসমীয়া কিন্তু সত্ৰৰ মাটি বেদখল, অসমীয়া নাৰীক বলাৎকাৰ। গতিকে এইসকল কি প্ৰকাৰৰ অসমীয়া?’

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd