• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্কিন তৰুণীৰ দাবী : ৰাষ্ট্ৰপতিৰ ভৱনতে তেওঁক ধৰ্ষণ কৰিছিল প্রাক্তন পাক গৃহ মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 5:12 pm
image
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ এজন প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মাৰ্কিন তৰুণীয়ে।

ছুন্থিয়া ডি ৰিচি নামৰ তৰুণী মাৰ্কিন সাংবাদিক গৰাকীয়ে ইছলামাবাদৰ ৰাষ্ট্ৰপতি  ভৱনত পাকিস্তানৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰহমান মাল্লিকে ধৰ্ষণ কৰাৰ অভিযুক্ত উত্থাপন কৰিছে।

Apply Now

উল্লেখ্য যে পাকিস্তানৰ ইউছুফ ৰাজা গিলানী চৰকাৰৰ গৃহমন্ত্ৰী আছিল ৰহমান মাল্লিক।

মাৰ্কিন তৰুণী সাংবাদিক গৰাকীয়ে আনকি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গিলানীয়েও তেওঁৰ শৰীৰত হাত দিয়া বুলি দাবী কৰিছে।

মাৰ্কিন সাংবাদিক ছিন্থিয়াই দাবী কৰিছে যে এই অভিযোগৰ সপক্ষে তথ্য প্ৰমাণ দিবলৈ তেওঁ সাজু আছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ঘনিষ্ঠ বুলি পৰিচিত ছিন্থিয়াই পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিত প্ৰৱেশ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

শুকুৰবাৰে ফেইচবুক লাইভত পাকিস্তান পিপল পাৰ্টি(পিপিপি)ৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি ছিন্থিয়াইন কয় যে, ‘২০১১ বৰ্ষত পাকিস্তানৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰহমান মাল্লিকে মোক ধৰ্ষণ কৰিছিল। ঠিকেই শুনিছে। আৰু এবাৰ কৈছো, ৰহমান মাল্লিকে মোক ধৰ্ষণ কৰিছিল।’
https://www.facebook.com/cynthiadritchie/videos/3012638535481275/?t=8
উল্লেখ্য যে ২০১১ চনত পাকিস্তানত মাৰ্কিন সেনাই অভিযান চলাই ওছামা বিন লাডেনক হত্যা কৰিছিল। সেই সময়ত ভিছা সংক্ৰান্তীয় বিষয়ত ছিন্থিয়াই তদানীন্তন পাক গৃহমন্ত্ৰী ৰহমান মাল্লিক সাক্ষাৎ কৰিছিল।

আৰু তেতিয়াই পানীয়ত টোপনিৰ ঔষধ মিহলাই ছিন্থিয়াক খাবলৈ দিয়া হৈছিল আৰু তাৰ পিছত প্ৰাক্তন পাক গৃহমন্ত্ৰী গৰাকীয়ে তেওঁক ধৰ্ষণ কৰা বুলি দাবী কৰিছে ছিন্থিয়াই।

সেই সময়ত পাকিস্তানত পিপিপিএৰ চৰকাৰ থকাত তেওঁক সহায় কৰাৰ বাবে কোনো লোক নাছিল বাবেই মুখ খোলা নাছিল বুলি ছিন্থিয়াই মন্তব্য কৰিছে।

ইফালে ছিন্থিয়াৰ দাবী নস্যাৎ কৰিছে প্ৰাক্তন পাক গৃহমন্ত্ৰী ৰহমান মাল্লিকে। শনিবাৰে এক বিবৃতিত ৰহমান মুখপাত্ৰই কয়, ‘এই সংক্ৰান্তত ৰহমান মাল্লিকে কোনো মন্তব্য দিব খোজা নাই। কিন্তু এই সমস্ত অভিযোগ তেওঁ অস্বীকাৰ কৰিছে। এই অভিযোগৰ কোনো সত্যতা নাই। ৰহমান মাল্লিকৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে এক বিশেষ ব্যক্তি ও সংগঠনৰ নিৰ্দেশত মাৰ্কিন যুৱতীগৰাকীয়ে এই কাম কৰিছে।’

ইফালে ছিন্থিয়াই কৰা দাবীক প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গিলানীয়েও অস্বীকাৰ কৰিছে।

উল্লেখ্য যে ইতিমধ্যে এজন পাকিস্তানী লোকৰ সৈতে বাকদান সম্পন্ন হোৱা ছিন্থিয়াই ভাৱী স্বামীয়ে এই কথা জনা উচিত বুলি জনাই এই কথা ফাদিল কৰা বুলি মন্তব্য কৰিছে।

আনহাতে ২০০৯ চনত এগৰাকী পৰ্যটক হিচাপে পাকিস্তানত প্ৰৱেশ কৰা ছিন্থিয়া ডি ৰিচিয়ে অলপ দিনৰ ভিতৰতে পাকিস্তানৰ ৰাজনৈতিক মহলত পৰিচিত হৈ পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd