DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক টীয়কৰ যুৱক; হতাশ পিতৃ-মাতৃ

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
November 23, 2021 8:01 am
Teok youth arrested by Assam Rifles
133
VIEWS
Share on FacebookShare on Twitter

সন্দেহজনক উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ টীয়কৰ এজাৰগুৰিৰ সুনীল বৰা আৰু অৰ্পনা বৰাৰ একমাত্ৰ পুত্ৰ মেধাৱী যুৱক অৰিন্দম বৰাক নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলচে আটক কৰে।

জানিব পৰা মতে, যোৱা শুকুৰবাৰে ব্ৰইলাৰৰ দানা আনিব বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন।

ঘৰলৈ ঘূৰি নহা দেখি পিতৃ-মাতৃয়ে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও সোমবাৰে পুৱা নাগালেণ্ডৰ পৰা সন্দেহজনক উগ্ৰপন্থী সংগঠনত যোগদানৰ খবৰ অহাত হতাশ হৈ পৰিছে পিতৃ-মাতৃ।

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

সেয়ে পুত্ৰক সোঁশৰীৰে ঘুৰাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে আৰু অনাগত দিনসমূহত পুত্ৰক বুজাই পৰাই সামাজিক হোৱাত বাধ্য কৰাব বুলি মন্তব্য কৰিছে।

মন কৰিবলগীয়া যে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অৰিন্দমে আৰ্থিক অনাটনৰ বাবে কলেজত নাম ভৰ্তি কৰিব পৰা নাছিল।

Also Read: গুৱাহাটীলৈ যাম বুলি ওলাই অহা যুৱক গ’ল আলফালৈ! আদবাটতে গ্ৰেপ্তাৰ

যুৱকজনে খেতি বাতি আৰু ব্ৰইলাৰ ফাৰ্মৰ জড়িয়তে নিজৰ খৰচ উলিয়াই পৰিয়াল পোহপালত সহায়ৰ হাত আগবঢ়াইছিল।

Recent News

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd