• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰেই নহয়, পূৰ্বেও সোণ আত্মসাৎ কৰি জেইলৰ ভাত খাইছিল এইগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে

জামিন লাভ কৰি পুনৰ চুৰি ধন-সোণ সৰবৰাহত নামিল ৰেইলৱে আৰক্ষীৰ উপ-পৰিদৰ্শক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2020 12:39 pm
index.jpg111
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰেই নহয়, পূৰ্বেও ৰেইলৰ যাত্ৰীৰ সোণ আত্মসাৎ কৰি জেইলৰ ভাত খাইছিল গুৱাহাটী ৰেইলৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা।

বশিষ্ট থানাৰ এচিপি নন্দিনী কাকতিয়ে জনোৱা অনুসৰি ধৃত শ্ৰৱণ কুমাৰ ঝা চলিত বৰ্ষৰ জানুৱাৰী মাহত সোণ আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰক্ষীৰ হাতত। তাৰ পাছত সম্পূৰ্ণ তিনিমাহ জেইলৰ ভাত খাই মাৰ্চ মাহত জামিন লাভ কৰে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে।

Apply Now

জানিব পৰা মতে ৰেইলৱে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৪৫ লাখ টকাৰ সোণ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

জামিন লাভ কৰিছিল যদিও নিলম্বিত হৈ আছিল গুৱাহাটী ৰেইলৱে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকী।

কথাতে কয় নহয়, চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰকৃতি মৰিলে লগত যায়। ঠিক সেইদৰে আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে পৰিহাৰ নকৰিলে চৌৰ্য বৃত্তি।

কালি বৃহৎ পৰিমাণৰ চুৰি ধন-সোণ সৰবৰাহ কৰি থকাৰ সময়তে হাতে-লোটে ফটাশিল আৰক্ষীৰ জালত পৰিল নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শকগৰাকী।

কালি নিশা প্ৰায় ১২ বজাত বৃহৎ পৰিমাণৰ ধন সোণ সৰবৰাহ কৰি ফটাশিল আৰক্ষীৰ জালত পৰিছে গুৱাহাটী ৰেইলৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী উপ পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা আৰু তেওঁৰ ভাতৃ সঞ্জয় কুমাৰ ঝা।

এখন স্প্লেন্ডাৰ বাইকৰ সৈতে প্ৰায় ৭০ লাখ টকাৰ সোণ আৰু নগদ ২২ লাখ টকাসহ ফটাশিল আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে। ধন-সোণ কঢ়িয়াই অনা বাইকখনৰ নম্বৰ AS-01AQ 4330।

উপ-পৰিদৰ্শকগৰাকীয়ে নিজ ভাতৃৰ সৈতে মিলি মহানগৰীৰ লালগণেশৰ উমেশ যাদৱ নামৰ লোকজনৰ ঘৰৰ পৰা লুকুৱাই ৰখা ২২ লাখ টকা ধনসহ প্ৰায় ১.৫০ কিলো ওজনৰ ১০ খন সোণৰ বিস্কুট আৰু আ-অলংকাৰ লৈ আহি আছিল। ফটাশিল আৰক্ষীয়ে সোধ-পোচৰ বাবে যাদৱকো আটক কৰিছে বুলি জানিব পৰা গৈছে।

ল’কডাউনৰ সময়ছোৱাত দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰক্ষীয়ে নিজকে উছৰ্গা কৰিছে। তেনে সময়তে শ্ৰৱণ কুমাৰ ঝাৰ দৰে আৰক্ষী উপ-পৰিদৰ্শকে চুৰি কাৰ্যত লিপ্ত হৈ খাকী পোছাকজোৰত কালিমা সনাত উঠি-পৰি লাগিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd