• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ত এতিয়াৰে পৰা থাকিব মুখ্য ন্যায়াধীশকে ধৰি ৩৮ গৰাকী ন্যায়াধীশ, কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত ৰাষ্ট্ৰপতিৰ মোহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2026 9:40 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত দেওবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মূৱে অনুমোদন জনাইছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা দেশৰ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশকে ধৰি বিচাৰকৰ সংখ্যা ৩৩ গৰাকীৰ পৰা বৃদ্ধি পাই ৩৮ গৰাকী হ‘ব। এই সন্দৰ্ভত চৰকাৰে ইতিমধ্যে এটা অধ্যাদেশ জাৰি কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ছচিয়েল মিডিয়া এক্সত এটা প‘ষ্টৰ জৰিয়তে জনাইছে যে এই অধ্যাদেশৰ দ্বাৰা উচ্চতম ন্যায়ালয় আইন, ১৯৫৬ সংশোধন কৰা হৈছে। ইয়াৰ ফলত মুখ্য ন্যায়াধীশগৰাকীক বাদ দি বিচাৰকৰ সংখ্যা ৩৩ ৰ পৰা ৩৭ গৰাকীলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে যোৱা ৫ মে‘ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত বিচাৰকৰ সংখ্যা বৃদ্ধি কৰাৰ এই প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। চৰকাৰে এই বৃদ্ধিক আনুষ্ঠানিক ৰূপ দিবলৈ সংসদত উচ্চতম ন্যায়ালয় সংশোধনী বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছে।

Apply Now

চৰকাৰৰ মতে, দেশৰ শীৰ্ষ আদালতখনৰ কাৰ্যক্ষমতা শক্তিশালী কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল। বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ত ৯২ হাজাৰতকৈও অধিক গোচৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ পৰি আছে। এনে পৰিস্থিতিত বিচাৰকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত গোচৰসমূহৰ শুনানি প্ৰক্ৰিয়া দ্ৰুত হ‘ব আৰু সাধাৰণ জনসাধাৰণে সময়মতে ন্যায় লাভ কৰিব পাৰিব।

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১২৪(১)ৰ অধীনত সংসদক এই আইনী অধিকাৰ দিয়া হৈছে যে সংসদে আইন প্ৰণয়ন কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নিৰ্ধাৰণ কৰিব পাৰে। আদালতত ক্ৰমাগতভাৱে বাঢ়ি অহা গোচৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ লগে লগে বিচাৰকৰ সংখ্যা সলনি কৰা হৈছে। উচ্চতম ন্যায়ালয় আইন, ১৯৫৬ ত আৰম্ভণিতে মুখ্য ন্যায়াধীশগৰাকীক বাদ দি বিচাৰকৰ সংখ্যা ১০ গৰাকী ধাৰ্য কৰা হৈছিল। ইয়াৰ পিছত ১৯৬০ চনত এই সংখ্যা ১৩ গৰাকীলৈ, ১৯৭৭ চনত ১৭ গৰাকীলৈ, ১৯৮৬ চনত ২৫ গৰাকীলৈ আৰু ২০০৮ চনত ৩০ গৰাকীলৈ বৃদ্ধি কৰা হয়। শেষবাৰৰ বাবে ২০১৯ চনত এই আইনখন সংশোধন কৰা হৈছিল, যেতিয়া সংসদে মুখ্য ন্যায়াধীশক বাদ দি বিচাৰকৰ সংখ্যা ৩০ ৰ পৰা ৩৩ গৰাকীলৈ বৃদ্ধি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd