• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিহিমুখত হাতীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰপতিৰ; অসমৰ ভীম কল লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দে

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
February 27, 2022 11:15 am
President in KNP
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভীম কল লাগে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৷ আজি পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত হাতীৰে উদ্যান দৰ্শন কৰি বিভাগীয় হাতীক ভীম কল খোৱায় ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

ইয়াৰ পিছতেই নিজৰ লগত লৈ যাব পৰাকৈ ভীম কল বিচাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ ৰাষ্ট্ৰপতিক দিবৰ বাবে এতিয়া ৪ খৰাহী ভীম কল আনিছে কাজিৰঙাৰ উদ্যান কৰ্তৃপক্ষই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ সপৰিবাৰে অহা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি পুৱা হাতীৰ পিঠিত উঠি ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷

Apply Now

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় হাতীত উঠি উদ্যান দৰ্শন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক: যুদ্ধভূমিত মানৱতা! জটিল সময়ত ইউক্ৰেইনৰ ভাৰাঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ

হাতীত উঠি উদ্যান দৰ্শনৰ পিছতে ৰাষ্ট্ৰপতিয়ে জীপচিৰে উদ্যানখনৰ কাঠপৰা দৰ্শন চূড়ালৈকে গৈ কাজিৰঙাৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী দৰ্শন কৰে ৷

ৰাষ্ট্ৰপতিৰ লগত তেওঁ পৰিবাৰ সবিতা কোবিন্দ আৰু দুহিতা স্বাতী কোবিন্দেও হাতীৰে উদ্যান দৰ্শন কৰে ৷

অসমৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্ৰপতিক সংগ দিয়ে  ৷

FMk6Tw9acAIusYo

ৰাষ্ট্ৰপতি গৰাকীৰ আজি পুৱাৰ কাৰ্যসুচীত বিভাগীয় ২১ টা হাতী ব্যৱহাৰ কৰা হয় ৷ ইয়াৰে হাতী মাউত কাচিম আলীয়ে পৰিচালনা কৰা পৱন নামৰ হাতীটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, হাতী মাউত মনোজ দৰ্জীয়ে পৰিচালিত কৰা শুক্ৰাচাৰ্য নামৰ হাতীটোত ৰাষ্ট্ৰপতিৰ পৰিবাৰ সবিতা কোবিন্দ আৰু দুহিতা স্বাতীৰ উপৰিও বীৰ, প্ৰদ্যুন্ম আৰু লক্ষীমাই নামৰ হাতীত ৰাষ্ট্ৰপতিৰ ব্যক্তিগত দেহৰক্ষী আৰু উচ্চপদস্থ বিষয়া উঠি উদ্যান দৰ্শন কৰে৷

লগতে পঢ়ক: দুৰ্দান্ত প্ৰদৰ্শন টীম ইণ্ডিয়াৰ: দ্বিতীয়খন টী-২০তো পৰাজিত শ্ৰীলংকা; ভাৰতে হস্তগত কৰিলে ছিৰিজ

হাতীৰে উদ্যান দৰ্শন কৰি আহি ৰাষ্ট্ৰপতি গৰাকীয়ে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলাই দিয়া গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মাণ কৰি উলিওৱা এটা গঁড়ৰ প্ৰতিমূৰ্তিও মাংগলিক ৰীতিৰে উদ্বোধন কৰে ৷

ইয়াৰ পিছতেই তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰি কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত কাজিৰঙাৰ ঐতিসাহিক সম্পদ আৰু কাৰ্যৱলীৰ প্ৰদৰ্শনী দৰ্শন কৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd