• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সবকা চাথ সবকা বিকাশ! পাঁচ বছৰত কিমান বাঢ়িল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ পৰিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 1:10 pm
Sarbananda Sonowal with Gaurav Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট চৰকাৰে বিগত পাঁচবছৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে অভূতপূৰ্ব কাম কৰা বুলি দাবী কৰি আহিছে।

সেয়াই নহয়, অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ মন্ত্ৰী তথা নেতাসকলে সততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা চাথ সবকা বিকাশ’ শ্ল’গান আওৰাই আহিছে।

Apply Now

অসমৰ জনসাধাৰণৰ বিকাশৰ বিষয়টোক লৈ ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকে অসন্তুষ্টি ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছে।

আনহাতে, বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ বিগত পাঁচ বছৰৰ বিকাশক লৈ কিন্তু কাৰোৱে দ্বিমত নাই।

বিজেপিৰ আন নেতা-মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো সম্পত্তিৰ পৰিমান যোৱা পাঁচ বছৰত লেখত ল’বলগীয়াকৈ বৃদ্ধি পাইছে।

মঙলবাৰে মাজুলীত বিজেপিৰ প্ৰাৰ্থী ৰূপে দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে।

বিগত পাঁচবছৰত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমান বৃদ্ধি পালে ১ কোটি ৩৫ লাখ ৫৩ হাজাৰ ৪৮৪ টকা।

বৰ্তমান ১ কোটি ১৪ লাখ ৭৬ হাজাৰ ৩৯৪ টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী মুখ্যমন্ত্ৰী সোণোৱাল।

তথ্য অনুসৰি, মুখ্যমন্ত্রীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ কোটি ২ লাখ ৯৫ হাজাৰ টকা।

২০১৬ চনৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি আছিল ১কোটি ৮২ লাখ ১৭ হাজাৰ ৯১০ টকা। ইয়াৰে ১কোটি ১ লাখ ৩৭ হাজাৰ ৯১০ টকা আছিল অস্থাৱৰ সম্পত্তি। সেইদৰে আছিল ৮০ লাখ ৮০ হাজাৰ টকাৰ স্থাৱৰ সম্পত্তি।

বৰ্তমান মুখ্যমন্ত্রীৰ হাতত জমা আছে ৩৯ হাজাৰ ৩০ টকা ১৩ পইচা। বিভিন্ন বেংকত জমা আছে ৩৮ লাখ ২ হাজাৰ ৪৯৮ টকা ৯৮ পইচা। তদুপৰি,  ১৩ লাখ ৪ হাজাৰ ৬৯৭ টকা, ৭০ পইচাৰ অইলত শ্বেয়াৰ আছে।

মুখ্যমন্ত্রী সোণোৱালৰ ৪৩ লাখ ২৬ হাজাৰ ৪৬১ টকাৰ বীমা পলিচি থকাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীৰ ১৬ লাখ ৭৮ হাজাৰ ৭০৭ টকাৰ ঋণ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd