• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2021 8:04 pm

1 min read

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ
194
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰ প্ৰদেশৰ প্ৰতীকপদ ৰাম মন্দিৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা প্ৰতিখন ৰাজ্যৰ প্ৰতীকপদক চেৰ পেলাই উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰকীকপদে শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

উত্তৰ প্ৰদেশৰ প্ৰতীকপদত অলপতে অযোধ্যাত আৰম্ভ হোৱা প্ৰস্তাৱিত ৰাম মন্দিৰক সুন্দৰকৈ উপস্থাপন কৰা হৈছিল।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতিখন ৰাজ্যই নিজা নিজা প্ৰতীকপদ উপস্থাপন কৰে।

চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমে নিজৰ প্ৰতীকপদত অসমৰ চাহ শিল্পক তুলি ধৰিছিল।

ইপিনে, বায়োটেকনোলজি বিভাগে আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি ভাৰতত কোভিড ভেকচিন বিকাশৰ বিভিন্ন স্তৰ উপস্থাপন কৰিছিল।

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত দেশত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে  অনুদান সংগ্ৰহ যাত্ৰা আৰম্ভ হৈছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd