• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ কাউলীত কিশোৰী নিৰ্যাতনকাৰীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 31, 2018 6:35 pm
IMG-20181031-WA0063

কিশোৰী ধৰ্ষণকাৰী কৃষ্ণ টিকদাৰৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ কাউলীৰ তৰুণ গাঁৱৰ এগৰাকী বাৰ বছৰীয়া কিশোৰীক একে গাঁৱৰে এজন বয়োবৃদ্ধ তথা তথাকথিত সমাজকৰ্মীয়ে গুৱাহাটীলৈ ফুচুলাই নি উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে যৌন নির্যাতনত অভিযুক্ত কৃষ্ণ টিকদাৰে কালি নিশা নাগ্ৰীজুলিৰ এক গোপন স্থানত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

উল্লেখ্য যে প্ৰায় চাৰি মাহ পূৰ্বে কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাউলীৰ তৰুণ গাঁও নিবাসী প্ৰয়াত কিৰণ টিকদাৰৰ পুত্ৰ কৃষ্ণ টিকদাৰে ওচৰৰে এটা পৰিয়ালৰ বাৰ বছৰীয়া এগৰাকী কিশোৰীক গুৱাহাটীলৈ ফুৰাবলৈ বুলি ফুচুলাই নি কামাখ্যাৰ বগলা মন্দিৰত বলপূৰ্বক শিৰত সেন্দুৰ পিন্ধাই দিয়াৰ লগতে গুৱাহাটীৰ পৰা আহি সেই দিনাই ৰঙিয়াৰ এখন হোটেলত কোঠা এটা ভাড়া লৈ গোটেই নিশা কিশোৰীগৰাকীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। যৌন নিৰ্যাতন চলোৱাৰ পূৰ্বে কিশোৰীগৰাকীক মিঠাপানৰ লগত নিচা জাতীয় কিবা দ্ৰৱ্য মিহলাই দি অচেতন কৰি লয় বুলিও কিশোৰীগৰাকীৰ ভাষ্যত প্ৰকাশ।

Apply Now

এই কথা পৰিয়ালক ক’লে গোটেই পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দিয়াত কিশোৰীগৰাকীয়ে পৰিয়ালক জনোৱাৰ পৰা বিৰত আছিল। কিন্তু দিন যোৱাৰ লগে লগে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে সোধ-পোচ কৰাতহে ব্যক্তি জনৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহে। পৰিয়ালৰ লোকে জনোৱা মতে অতি লম্পট চৰিত্ৰৰ লোকজনে তেওঁলোকক ভাবুকি প্ৰদান কৰাত পৰিয়ালটোৱে ইতিমধ্যে নিৰাপত্বাহীনতাত ভুগিছে।

যোৱা ২৬ অক্টোবৰত পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীত বিষয়টো বিৱৰি কৃষ্ণ টিকদাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত তামুলপুৰ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ (গোচৰ নং ৪২২/১৮ আইপিচি ৪২০/ ৩৭৬ অফ ৪ পি অ ‘ই এছ অ’ ) ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

ইতিমধ্যে এই ঘটনাৰ খবৰ পায়েই আচামী কৃষ্ণ টিকদাৰ পলাতক আছিল বুলি জনা গৈছে। কালি নিশা নাগ্ৰীজুলিত তেওঁ কুমাৰীকাটা আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰাত আৰক্ষীয়ে তেওঁক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd