• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদ্য ঘোষিত মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত মৰিগাঁও জিলাৰ ফলাফল সন্তোষজনক

NE NOW NEWS চানু গগৈ
মৰিগাঁও , November 21, 2020 1:58 pm

2 min read

index
7.8k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত মৰিগাঁও জিলাৰ এইবাৰৰ ফলাফল বিগত বৰ্ষৰ তুলনাত সন্তোষজনক।

বিগত বৰ্ষত নিম্ন প্ৰাথমিক পৰ্যায়ত উত্তীৰ্ণৰ হাৰ আছিল ১৯% আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত উত্তীৰ্ণৰ হাৰ ৩৬%।

আনহাতে সদ্য ঘোষিত মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা, ২০১৯ৰ প্ৰাথমিক পৰ্যায়ত উত্তীৰ্ণৰ হাৰ ৪৬.৬৫ % আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত ৬৩.৭১%।

পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত চেনিমাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ মিজানুৰ ৰহমানে ১০০ ৰ ভিতৰত ১০০, কৃষ্ণ গুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ভাগ্যশ্ৰী বৰাই ৯৮, তৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ চাহিল হুছেইনে ৯৭, চাহ খোৱা পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ চালমা ফাহিনে ৯৭, পূৱ জালুগুটি প্ৰাথমিক বিদ্যালয়ৰ আজমল আলীয়ে ৯৭, ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ আফচানাৰা ফাহিনে ৯৬, মৰিগাঁও মজলীয়া বিদ্যালয়ৰ স্মৃতা দাসে ৯৬ ,মনহা প্ৰাথমিক বিদ্যালয়ৰ বিনীতা ডেকাই ৯৫ নম্বৰ লাভ কৰিছে।

আনহাতে অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত মৰিগাঁও মজলীয়া বিদ্যালয়ৰ ক্ৰিবিয়ানা কায়নাতে ১৫০ নম্বৰৰ ভিতৰত ১৪৮ আৰু জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাহুল আহমেদে ১৪১ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰতে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰী মন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত মৰিগাঁও জিলাৰ ফলাফল তুলনামূলকভাৱে উন্নত হোৱাত শিক্ষক-শিক্ষাৰ্থীসকলক অভিনন্দন জনাই পৰৱৰ্তী সময়ত অধিক উন্নত ফলাফল লাভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে সদৰী কৰে।

স্মৰ্তব্য যে, মৰিগাঁও জিলাৰ শিক্ষা বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই কমল জ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি কৰিবলৈ বিদ্যালয়সমূহক পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যাতয়নিক দিশত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকাক মৰিগঞা ৰাইজে প্ৰশংসা কৰিছে।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd