• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; আতংকময় ইউক্ৰেইনৰ পৰিস্থিতি কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2022 10:24 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ মুখ্য চহৰসমূহত সোমবাৰে ৰাতিপুৱা ৰাছিয়াৰ মিছাইল আক্ৰমণত কমেও ১১ জন লোক নিহত হৈছিল।  দেশখনৰ জৰুৰীকালীন সেৱা সমূহে জনাইছে যে মিছাইল আক্ৰমণৰ পিছত ইউক্ৰেইনৰ বহুতো চহৰত বিদ্যুৎ যোগান ব্যহত হৈ পৰিছে।

শেহতীয়া আক্ৰমণটোক কৌশলগত উত্তেজনাৰ তীব্ৰতা বৃদ্ধি হিচাপে ধৰা হৈছে। পুটিনে কৈছে যে আক্ৰমণটো ক্ৰিমিয়াৰ কাৰ্চ দলঙত হোৱা বিস্ফোৰণৰ প্ৰত্যুত্তৰ।

পশ্চিমীয়া সামৰিক মিত্ৰবাহিনী নাটোৰ সচিব প্ৰধান জেনছ ষ্টলটেনবাৰ্গে ৰাছিয়াৰ আক্ৰমণক “ভয়ংকৰ” বুলি বৰ্ণনা কৰিছে। তেওঁ ক্ৰেমলিনৰ আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনক সমৰ্থন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দোহাৰিছে।

Apply Now

ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্রি মেদভেদেভে সতৰ্ক কৰি দিছে যে ভৱিষ্যতে আৰু অধিক আক্ৰমণ কৰা হ’ব।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে সোমবাৰৰ আক্ৰমণৰ অলপ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে জৰুৰীকালীন ফোন কলত কথা পাতিছিল।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে ফোনত বাৰ্তালাপৰ সময়ত মেক্ৰ’নে ৰাছিয়াৰ সৈতে যুদ্ধত ইউক্ৰেইনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে আৰু  আক্ৰমণত হতাহতৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

জাৰ্মান চেঞ্চেলৰ ওলাফ শুল্ট্জেও জেলেনস্কিৰ সৈতে কথা পাতিছে। আলোচনাৰ সময়ত তেওঁ কিয়েভৰ প্ৰতি বাৰ্লিন আৰু ঔদ্যোগিক দেশসমূহৰ মিত্ৰজোঁট জি-৭ৰ সমৰ্থন নিশ্চিত কৰে। পোলেণ্ডৰ বৈদেশিক মন্ত্ৰী জিগনিভ ৰাউৱে কৈছে যে এই মিছাইল আক্ৰমণ বৰ্বৰ আৰু যুদ্ধ অপৰাধ। ৰাছিয়াই এই যুদ্ধ জিকিব নোৱাৰে। ইউক্ৰেইন আমি আপোনালোকৰ সৈতে আছো।

ব্ৰিটেইনৰ বৈদেশিক সচিব জেমছ ক্লেভাৰলিৰে কৈছে যে অসামৰিক নেতাসকলৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ গ্ৰহণযোগ্য নহয়। ইয়াৰ জৰিয়তে পুটিনৰ শক্তি নহয়, কিন্তু দুৰ্বলতাহে প্ৰকাশ পাইছে। মলদোভাও মিছাইল আক্ৰমণকলৈসৰৱ হৈছে। দেশখনে দাবী কৰিছে যে ইউক্ৰেইনত ৰাছিয়াই নিক্ষেপ কৰা মিছাইল ইয়াৰ আকাশসীমাতো প্ৰৱেশ কৰিছিল। দেশখনত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতক ঘটনাটোৰ ব্যাখ্যা দাঙি ধৰিবলৈ তলব কৰা হৈছে।

ইউক্ৰেইনত আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা চীনে এতিয়ালৈকে ৰাছিয়াৰ বিৰোধিতা কৰা নাই। ৰাছিয়াই এই অভিযানক পোনপটীয়াকৈ সমৰ্থনো কৰা নাই। ইউক্ৰেইনৰ যুদ্ধৰ মাজত মস্কো-বেইজিং বাণিজ্যিক সম্পৰ্ক অধিক উন্নত হৈছে।

সোমবাৰৰ আক্ৰমণৰ পিছত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয় যে বেইজিঙে আশা কৰিছিল ইউক্ৰেইনত হিংসা শীঘ্ৰেই হ্ৰাস পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd