• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশীক নেখেদালৈকে অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি নাপায় : খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 10, 2018 9:07 pm
Swahid Divas

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়ালৈ অসম চুক্তিৰ আধাৰত এজনো অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বিতাড়ন কৰা নহয় তেতিয়ালৈ ঐতিহাসিক অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি নাপায়। অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে আজি এই মন্তব্য কৰে।

উল্লেখযোগ্য যে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সোঁৱৰণত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থান বৰপেটা জিলাৰ উজান বৰবৰীতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় চহিদ দিৱস।

Apply Now

চহিদ দিৱসৰ লগত সংগতি ৰাখি খৰ্গেশ্বৰ তালুকদাৰৰ চহিদ বেদীত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে মাল্যাৰ্পন কৰাৰ লগতে তেওঁৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায়। তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাসক অনুৰোধ জনায় কয় যে এই বিধেয়কখন গৃহীত হ’লে অসম আন্দোলনৰ চহিদসকলক অৱমাননা কৰা হ’ব সেয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিব লাগে।

তেওঁ লগতে কয় যে যদিহে সৰ্বানন্দ সোণোৱাল প্ৰকৃত জাতীয় নায়ক তেন্তে অসমত বাস কৰি থকা অবৈধ বিদেশীসকলক বিতাড়ন কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত।

‘চহিদ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদান কৰিলেই নহয় অসমৰ পৰা অবৈধ বিদেশীসকলক খেদিলেহে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া চহিদসকলৰ বলিদানক সন্মান জনোৱা হ’ব।‘  এইদৰেও মন্তব্য কৰে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd