DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিও বিদ্যমান গুৰুজনাৰ পদ শিলা; টীয়কৰ মেলেং বালিচাপৰিত অনাদৃত শ্ৰী শ্ৰী দীঘলী সত্ৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 11, 2021 12:56 pm
sri sri Dighali satra

ফটো: নৰ্থইষ্ট নাও।

110
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰিণাতি শাৰংগপাণি দেৱে ১৫৮৫ শকত মাজুলী জিলাৰ বনগাঁৱৰ সমীপৰ দীঘলী নৈৰ পাৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী দীঘলী সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

অসমৰ মহাপুৰুষীয়া চাৰি সত্ৰ কৰোৱা, কোৱামৰা, দীঘলী আৰু চামগুৰি সত্ৰৰ যশ খ্যাতি এসময়ত যথেষ্ট আছিল, কিন্তু আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে সত্ৰৰ পূৰ্বৰ যশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে।

মাজুলীত প্ৰতিষ্ঠা লাভ কৰা এই দীঘলী সত্ৰভাগ ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াত তিষ্ঠিব নোৱাৰি যোৰহাট জিলাৰ টীয়কৰ মেলেং বালিচাপৰি অঞ্চললৈ ১৮৫৫ চনত উঠি আহে।

বালিচাপৰি অঞ্চলৰ ৰাইজৰ আবদালত আজি বহু বছৰ অতিক্ৰম কৰা সত্ৰখনৰ অৱস্থা বৰ্তমান দুখ লগা।

উল্লেখযোগ্য যে গুৰুজনাৰ “পদ শিলা “থকা সত্ৰ ভাগে আজিলৈকে চৰকাৰী কোনো অনুদান নোপোৱাটো পৰিতাপৰ কথা।

জানিব পৰা মতে সত্ৰখনৰ উন্ন‌য়নৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন জনাই আহিছে যদিও এই পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই ।

সেয়ে বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীলৈ সত্ৰখনৰ প্ৰতি সুদৃষ্টি দিয়াৰ বাবে আশাৰে আহ্বান জনাইছে ভকত বৈষ্ণৱসকলে।

Recent News

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd