• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আটকাধীন বিদেশীক শীঘ্ৰে বিতাড়ন কৰক : অসম চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 2:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী বুলি ঘোষণা কৰা লোকক নিজ নিজ দেশলৈ বিতাড়নৰ নকৰি ডিটেনচন চেন্টাৰত অনিৰ্দিষ্টকাললৈ বন্দী ‎কৰি থোৱাৰ বাবে অসম চৰকাৰক একপ্ৰকাৰৰ ধমক দিয়ে দেশৰ উচ্চতমন ন্যায়ালয়ে।

“ৰাজুবালা দাস বনাম ইউনিয়ন অৱ ইণ্ডিয়া এণ্ড এন আৰ, ৰিট আবেদন (ফৌজদাৰী) নং ২৩৪/২০২০’’ ‎শিৰোনামৰ গোচৰৰ শুনানিৰ সময়ত এই কথা উল্লেখ কৰে আদালতে।
ইফালে অসম চৰকাৰে আদালত কয় যে তেওঁলোকৰ নিৰ্দিষ্ট ঠিকনা নজনাৰ বাবেই ডিটেনচন চেন্টাৰত ৰাখি থোৱা ‎হৈছে। ‎

উত্তৰত ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে এনে অজুহাত নচলিব। তেওঁলোকক তৎকালে বিতাড়নৰ ব্যৱস্থা কৰক। ‎ঠিকনা নাজানিলে ৰাজধানী চহৰলৈ হ’লেও পঠোৱাৰ ব্যৱস্থা কৰক। এবাৰ বিদেশী বুলি চিনাক্ত হ’লে তাৎক্ষণিকভাবে ‎বিতাড়নৰ ব্যৱস্থা কৰিব লাগে।

Apply Now

উল্লেখ্য যে ইতিমধ্যে শৰনাৰ্থী শিবিৰত বন্দী হৈছে বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰতত অবৈধভাবে প্ৰৱেশ ‎কৰা ৬৩ জন বিদেশী নাগৰিক।

আদালতে বিদেশী নাগৰিক কেইজনক ২ সপ্তাহৰ ভিতৰত বিতাড়িত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে।

"The State of Assam is indulging in suppression of facts", the Court orally observed.
Read more: https://t.co/L1w9mPfXZs#SupremeCourt #Assam pic.twitter.com/jrWSCM8PPw

— Live Law (@LiveLawIndia) February 4, 2025

উল্লেখ্য যে বিদেশী নাগৰিক সকলক চিৰিদিনৰ বাবে বন্দী কৰি ৰখাটোৱে তেওঁলোকৰ স্বাধীনতাৰ অধিকাৰ ‎‎(অনুচ্ছেদ ২১) খৰ্ব কৰে বুলি আদালতে সকীয়াই দিয়ে। ইয়াৰে কিছু লোকক বিগত ১০ বছৰতকৈ অধিক কাল বন্দী ‎কৰি ৰাখিছে চৰকাৰে।

ইফালে বাংলাদেশে বাংলাদেশী নাগৰিক বুলি অস্বীকাৰ কৰাৰ বাবে বহু অবৈধ বিদেশী ভাৰতত আৱদ্ধ হৈ আছে। ‎ফলত তেওঁলোক দেশহীন হৈ পৰিছে আৰু ক’লৈকো যাব পৰা নাই।

ইপিনে অসম চৰকাৰে বিদেশী বিতাড়নৰ প্ৰচেষ্টা সন্দৰ্ভত স্পষ্ট প্ৰতিবেদন দাখিল কৰা নাছিল। এই প্ৰতিবেদন ‎দাখিল কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
জানিব পৰা মতে, অহা ২৫ ফেব্ৰুৱাৰীত এই গোচৰৰ শুনানিত অসম চৰকাৰে নিৰ্দেশ মানি চলিছে নে নাই সেয়া ‎আদালতে পৰীক্ষা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd