• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰাৱলীৰ এক ইঞ্চি মাটিও কোনেও চুব নোৱাৰিব: উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 7:40 pm
88
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে আৰাৱলী পাহাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। আদালতৰ ফালৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে যে বিশেষজ্ঞ সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদন নিদিয়ালৈকে তাত কোনো ধৰণৰ খনন কাৰ্য চলিব নোৱাৰিব। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ বিচাৰপীঠে কয় যে আৰাৱলী পাহাৰৰ বাবে গঠন কৰা সমিতিখনে নতুন সংজ্ঞা নিৰ্ধাৰণ নকৰালৈকে খননৰ কোনো অনুমতি দিয়া নহ‘ব।

পাঁচ মাহ আগতে উচ্চতম ন্যায়ালয়ে এই পাহাৰৰ পৰিসীমা জুখিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। শনিবাৰে আদালতত এই গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয় যে নতুন সংজ্ঞা প্ৰস্তুত নোহোৱালৈকে আৰাৱলীৰ এক ইঞ্চি মাটিও কোনেও চুব নোৱাৰিব। তেওঁ লগতে কয় যে খননৰ লগত জড়িত শক্তিশালী লোকসকলৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে, কিন্তু আদালতৰ মূল লক্ষ্য হৈছে যিকোনো মূল্যৰ বিনিময়ত আৰাৱলী পাহাৰক সুৰক্ষা দিয়া। ন্যায়ালয়ৰ এই কঠোৰ স্থিতিত পৰিৱেশ কৰ্মীসকল বহুত আনন্দিত হৈছে।

Apply Now

যোৱা বছৰৰ পৰাই আৰাৱলী পাহাৰক লৈ এই বিতৰ্ক আৰম্ভ হৈছিল। কেন্দ্ৰীয় চৰকাৰে আৰাৱলীৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গৈ কৈছিল যে যিবোৰ ঠাই চাৰিওফালৰ মাটিতকৈ ১০০ মিটাৰ বা তাতকৈ বেছি ওখ, সেইবোৰকহে আৰাৱলী পাহাৰ বুলি ধৰা হ‘ব। কিন্তু বিশেষজ্ঞ সমিতিয়ে কেন্দ্ৰৰ এই কথাত সন্মতি দিয়া নাছিল। ইয়াৰ পিছতো আগৰ মুখ্য ন্যায়াধীশ বি. আৰ. গাভাইয়ে কেন্দ্ৰৰ কথাতেই হয়ভৰ দিছিল। ইয়াৰ পিছতে ৰাজস্থান আৰু হাৰিয়ানাৰ পৰিৱেশবিদসকলে পাহাৰখন বচাবৰ বাবে প্ৰতিবাদ আৰম্ভ কৰে।

ইয়াৰ মাজতে এটা প্ৰতিবেদনত পোহৰলৈ আহে যে যোৱা সাত বছৰত কেৱল ৰাজস্থানতেই ৭১ হাজাৰতকৈও অধিক অবৈধ খননৰ ঘটনা ঘটিছে আৰু ইয়াৰে বেছিভাগেই আৰাৱলীৰ কাষৰ জিলাসমূহত হৈছে। পৰিস্থিতিৰ গুৰুত্ব বুজি যোৱা ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে নিজে এই গোচৰটো হাতত লয়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে লগে লগে পূৰ্বৰ নিৰ্দেশ স্থগিত ৰাখে। শনিবাৰৰ এই নতুন নিৰ্দেশৰ পিছত এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে আৰাৱলী পাহাৰৰ ভৱিষ্যত এতিয়া সম্পূৰ্ণৰূপে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd