• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 3, 2022 6:58 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেছাত তেওঁ এগৰাকী অধ্যাপক। সেই সূত্ৰে তেওঁ ব্যস্ত থাকিব লাগিছিল ফ্ৰেণী কোঠাত । কিন্তু সময়ে তেওঁক তেনে কৰিবলৈ দিয়া নাই। ইধ্যাপনাৰ সলনি তেওঁ হাতত তুলি ল’বলগীয়া হৈ অস্ত্ৰ। কাৰণ মাতৃভূমি আজি বিপদাপন্ন। হয়, মাতৃভূমি ইউক্ৰেইনক ৰাছিয়াৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ বাবেই এই গৰাকী অধ্যাপকে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা ওলাই আহি দেশ খনৰ সেনাত যোগদান কৰিছে।

সেনাৰ সাজ পিন্ধি তেওঁ আশ্ৰয় লৈছে আৰু প্ৰতাপী ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে চলাই গৈছে যুদ্ধ। যুদ্ধৰ মাজতে তে্ওঁ পিছে পাহৰা নাই ছাত্ৰ-ছাত্ৰীসকলৰ কথা। সেইবাবেই যুদ্ধৰ মাজতে অৱকাশ পালেই তেওঁ মোবাইল ফোনৰ সহায়ত চলাই গৈছে অনলাইন ক্লাছ।

Apply Now

নিজৰ কৰ্তব্যৰ প্ৰতি অতি সচেতন এই গৰাকী অধ্যাপকৰ নাম ফেডিৰ শ্বেণ্ড । বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ কিছুদিন পিছৰে পৰাই অনলাইনত ক্লাছ কৰি আহিছে। ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ হাজাৰ হাজাৰ অসামৰিক লোকে সেনাত যোগ দিছে। তেওঁলোকৰ ভিতৰৰে ফেডিৰ শ্বেণ্ডো এজন।

৪৭ বছৰীয়া ব্যক্তিজনে বাংকাৰৰ পৰাই শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ কৰাৰ বাবে সামৰিক বাহিনীলৈ অনুমতি বিচাৰি আবেদন কৰিছিল। সামৰিক বাহিনীয়ে সেই অনুমতি দিয়াৰ পিছতে তেওঁ বাংকাৰৰ পৰাই চলাই গৈছে অনলাইন ক্লাছ।
তেওঁ পৰ্যটন আৰু সমাজবিজ্ঞান বিষয়ত অনলাইন ক্লাছ কৰি আহিছে।

নিজৰ অভিজ্ঞতাৰ বিষয়ে ফেডিৰ শ্বেণ্ডই কয়” মই ২৭ বছৰ ধৰি শিক্ষকতা কৰি আছো। মই এই বৃত্তি এৰিব নোৱাৰো। ফেব্ৰুৱাৰীত ৰাছিয়াই আমাৰ দেশ আক্ৰমণ কৰাৰ পিছৰে পৰা মই সামৰিক বাহিনীতযোগ দিছো।

কিন্তু শিক্ষাৰ্থীসকলৰ কথাও মই পাহৰিলে নহ’ব। সেয়ে মই অনলাইন ক্লাছ কৰি গৈছো ।” এগৰাকী শিক্ষাৰ্থী, ২০ বছৰীয়া ইৰিনাই কয় “তেওঁ সদায় আমাক কৈ আহিছে যে আমি স্মাৰ্ট হ’ব লাগিব, আমি এখন স্মাৰ্ট ৰাষ্ট্ৰৰ বাবে যুঁজি আছো।তেওঁৰ কামবোৰে আমাক অনুপ্ৰাণিত কৰে” ।

কিন্তু বাংকাৰত থাকি শিক্ষা দান কৰাটো সহজ নহয়। কাৰণ গোলাবৰ্ষণৰ শব্দই পাঠদানৰ পৰিবেশটোকেই নোহোৱা কৰি পেলায়। তথাপি হাৰ মনা নাই অধ্যাপক ফেডিৰ শ্বেণ্ডে। শিক্ষাৰ্থীসকল তেওঁ পাঠদানৰ মাজে মাজে বিভিন্ন মিছাইলৰ বিষয়েও কৈ আহিছে।

ইউক্ৰেইনৰ শিক্ষা মন্ত্ৰী চেৰহি স্কাৰলেটে কয়, “এতিয়ালৈকে প্ৰায় ৯০০ শিক্ষকে সশস্ত্ৰ বাহিনীত যোগদান কৰিছে।তেওঁলোকৰ দেশপ্ৰেম অতুলনীয় আমি তেওঁলোকৰ প্ৰত্যেকজনৰ বাবে গৌৰৱান্বিত”।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd