• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথমে প্ৰেমিকে, প্ৰেমিকৰ বন্ধুৱে, তাৰপিছত উদ্ধাৰকাৰীয়ে : বাৰে বাৰে ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীৰ কৰুণ কাহিনী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 7, 2023 11:24 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমিকে একেলগে কোচিং ক্লাছলৈ যাবৰ বাবে লগ ধৰিলে এগৰাকী ১৪ বছৰীয়া কিশোৰীক। কিশোৰীও প্ৰেমিকৰ সৈতে ওলাই গ’ল ঘৰৰ পৰা। কিন্তু কোচিং ক্লাছলৈ যোৱাৰ পূৰ্বে প্ৰেমিকে কিশোৰীগৰাকীক লৈ গ’ল এখন হোটেললৈ। হোটেললৈ নি প্ৰেমিক আৰু দুই বন্ধুৱে মিলি কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে। 

এই ঘটনাৰ পিছত নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কিশোৰীগৰাকীয়ে। আত্মহত্যা কৰিবলৈ এখন নদীত জাঁপ দিয়ে কিশোৰীয়ে। কিন্তু এগৰাকী বাটৰুৱাই দেখা পাই  মৃত্যুমুখৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। 

Apply Now

ত্ৰাণকৰ্তাৰূপে যিজন ব্যক্তিয়ে কিশোৰীগৰাকীক মৃত্যুৰ পৰা উদ্ধাৰ কৰিছিল সেইজন ব্যক্তিয়েই যে এনে কাণ্ড কৰিব পাৰে সেই কথা কল্পনা কৰিব পৰা নাছিল কিশোৰীগৰাকীয়ে। 

বিহাৰৰ জেহানাবাদৰ পৰা আৰম্ভ হৈছে এই ঘটনা। যোৱা ৩ নৱেম্বৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে কোচিংলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। লগত তেওঁৰ প্ৰেমিকো আছিল। কিন্তু তেওঁক কোচিঙৰ নামত এখন হোটেললৈ লৈ যোৱা হ’ল। তাতে গোটেই ৰাতি প্ৰেমিক আৰু প্ৰেমিকৰ দুই বন্ধুৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক। 

ধৰ্ষণৰ পিছতে তাইক হোটেলত এৰি পলায়ন কৰে অভিযুক্তই। ইফালে ঘটনাৰ পিছত নদী এখনলৈ গৈ আত্মহত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীয়ে। শেষ মুহূৰ্তত এজন যুৱকে নদীৰ পৰা উদ্ধাৰ কৰিলে কিশোৰীগৰাকীক। 

উদ্ধাৰকাৰী যুৱকজনে কিশোৰীগৰাকীক কিয় আত্মহত্যা কৰিব বিচাৰে বুলি সুধিলে। তাই সকলো কথা কোৱাৰ পিছত যুৱকজনে তাইক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দি ঘৰলৈ লৈ যায়। কিন্তু তালৈ গৈও যুৱকজনৰ কামনাৰ বলি হ’ল তাই । 

পিছদিনা যুৱকজনৰ এজন বন্ধু আহিও কিশোৰীগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছতে যুৱকজনে কিশোৰীগৰাকীক মধ্যপ্ৰদেশৰ এজন ব্যক্তিক ৫০ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে। সেই ব্যক্তিজনেও ছোৱালীজনীৰ সৈতে দৈনিক নিজৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰে।

শেহতীয়াকৈ বচপন বাচাও আন্দোলন নামৰ এটা সংগঠনে উদ্ধাৰ কৰিছে দুৰ্ভগীয়া কিশোৰীগৰাকীক। 

ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি এই সমগ্ৰ ঘটনাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী অভিযুক্তৰ সন্ধান চলি আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd