• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপ ২০১৯ : ৩০ জুনত ইংলেণ্ডৰ বিৰুদ্ধে হ’ব লগা খেলখনত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় দলটোৱে, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 3:57 pm
397301-jursey

ফটো : ছচিয়েল মিডিয়াৰ সৌজন্যত

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই চি চি বিশ্বকাপ ২০১৯’ৰ আগন্তুক ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প জাৰ্চি পৰিধান কৰিব লাগিব। পিছপিনৰ পৰা গেৰুৱা দেখা জাৰ্চিটোৰ সন্মুখভাগ নীলা ৰঙৰেই দেখা যাব।

পূৰ্বৰ নীলা ৰঙৰ তুলনাত এই জাৰ্চিৰ পিছৰ অংশৰ ৰং হ’ব গেৰুৱা। অৱশ্যে, বাকী দলবোৰৰ সৈতে খেলাৰ সময়ত ভাৰতীয় দলে তেওঁলোকৰ পৰম্পৰাগত নীলা ৰঙৰ জাৰ্চি পিন্ধিয়েই খেলিব।

Apply Now

এই সন্দৰ্ভত বিশেষ খৱৰ ৰখা এক সূত্ৰই জানিব দিয়া মতে বেছিভাগ লোকে ভৱাৰ দৰে ই সেই জাৰ্চি নহয়। ই এক প্ৰকাৰ বিকল্প জাৰ্চিহে আৰু এয়া আই চি চিৰ খেলৰ নিয়মৰ আধাৰত প্ৰচলিত।

সূত্ৰটোৱে কয়, ‘’বিভিন্ন মহলে এই জাৰ্চিক লৈ বিভিন্ন মন্তব্য কৰিছে। ইয়াক এতিয়া জাৰ্চি বুলি কোৱা হৈছে যদিও ই সেয়া নহয়। ই এক বিকল্প জাৰ্চিহে যিটো ভাৰতীয় ক্ৰিকেট দলে অহা ৩০ জুনত ইংলেণ্ডৰ সৈতে হ’বলগীয়া খেলখনত পৰিধান কৰিব। আই চি চিৰ নিয়ম অনুসৰি আয়োজক দেশে আই চি চিৰ প্ৰতিযোগিতাৰ খেলত নিজৰ জাৰ্চিৰ ৰং অক্ষুন্ন ৰাখিব লাগে। সেয়েহে, ভাৰতীয় দলৰ জাৰ্চিৰ ৰঙো আয়োজক ইংলেণ্ডৰ দৰে নীলা হোৱাত ভাৰতৰ জাৰ্চিত পৰিৱৰ্তন অনা হ’ল।‘’

ভাৰতীয় দলৰ জাৰ্চিৰ ৰং নীলা হোৱাৰ লগতে ইংলেণ্ডৰ দলটোৰো জাৰ্চিৰ ৰং নীলা। ইংলেণ্ডৰ দলটোৰ নীলা ৰঙটো কিছু পাতল হোৱাৰ বিপৰীতে ভাৰতৰ নীলা ৰঙটো গাঢ়। সেয়ে, খেলৰ সময়ত যাতে কোনো ভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ বাবে ভাৰতীয় দলটোৱে জাৰ্চিৰ ৰং সলনি কৰিব লাগিব।

উল্লেখযোগ্য যে চলিত বিশ্বকাপ-২০১৯’ত এইবাৰ ১০ টা দলে অংশ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত কিছুমান দলৰ খেলুৱৈসকলৰ দুই ধৰণৰ জাৰ্চি আছে। ইতিমধ্যে, বাংলাদেশৰ বিৰুদ্ধে হোৱা খেলখনত দক্ষিণ আফ্ৰিকাই বিকল্প জাৰ্চি পৰিধান কৰিছিল। কিয়নো দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ পৰম্পৰাগত জাৰ্চি পৰিধান কৰিলে বাংলাদেশৰ জাৰ্চিৰ সৈতে একে সেউজীয়া ৰঙৰ হৈ পৰে।

আনহাতে, ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে কেতিয়াও  দুইধৰণৰ জাৰ্চি পৰিধান কৰি খেলত অৱতীৰ্ণ হোৱা নাছিল। প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৱে দুই ধৰণৰ জাৰ্চিৰে খেলত অৱতীৰ্ণ হ’বলৈ গৈ আছে। পৰম্পৰাগত নীলা ৰঙৰ পৰিৱৰ্তে বিকল্প জাৰ্চিৰ পাছৰ অংশটোৰ ৰং হৈছে গেৰুৱা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd