• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেন্সাৰ শিক্ষকসকল স্বাধীন দেশৰ নাগৰিকনে : গণৰাজ্য দিৱসত চৰকাৰলৈ প্ৰশ্ন ঐক্যমঞ্চৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 26, 2019 7:13 am
Venture teachers.docx photo

শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ অতিক্ৰম কৰিলে যদিও চৰকাৰৰ বঞ্চনাৰ বাবে ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে একপ্ৰকাৰ পৰাধীন অৱস্থাত থাকিবলৈ বাধ্য হৈছে ৷ ভেন্সাৰ শিক্ষকসকল স্বাধীন দেশৰ নাগৰিক হয়নে বুলি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷

এক প্ৰেছ বিবৃতিত শনিবাৰে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই চৰকাৰলৈ এই প্ৰশ্ন উত্থাপন কৰে ৷ যদিহে এইসকল শিক্ষক কৰ্মচাৰী স্বাধীন দেশৰ নাগৰিক হয় তেন্তে এইসকল শিক্ষক কৰ্মচাৰী কিয় বছৰ বছৰ ধৰি ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে তাকলৈও চৰকাৰলৈ প্ৰশ্ন তোলে ঐক্যমঞ্চৰ নেতাদ্বয়ে ৷

Apply Now

বিবৃতিটোত জনায় যে, পৰাধীনতাৰ শিকলি পিন্ধা দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ বহুতেই খালী হাতে অৱসৰ গ্ৰহণ কৰাৰ লগতে কেইবাজনো শিক্ষক কৰ্মচাৰীয়ে আত্মহনন কৰিবলৈ বাধ্য হৈছে ৷ আন একাংশই আৰ্থিক দীনতাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত ইহসংসাৰৰ পৰা বিদায় লৈছে ৷

একেদৰে গৰিষ্ঠ সংখ্যক শিক্ষক-কৰ্মচাৰীয়ে অৱসৰৰ ক্ষণ গণিছে যদিও ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি  চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও বিবৃতিটোত জনায় ৷ বিবৃতিটোত পুনৰ উল্লেখ কৰে যে, গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ অভাৱ অভিযোগবোৰ বুজ লৈ চৰকাৰখনে তেনে সমস্যা সমাধান কৰে যদিও ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰতি চৰকাৰখনৰ কোনো দৰদ নাই ৷

আনহাতে, দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ পৰিৱৰ্তে পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহাৰ্যখিনিও বৰ্তমানৰ চৰকাৰখনে ষড়যন্ত্ৰমূলকভাবে কাঢ়ি নিয়া বুলি উল্লেখ কৰা হৈছে ৷ ভেন্সাৰ শিক্ষকৰ কাঢ়ি নিয়া বিত্তীয় সাহাৰ্যৰ টকাৰে চৰকাৰখনে কেৱল প্ৰচাৰত ব্যস্ত থকা বুলিও ঐক্যমঞ্চৰ নেতাদ্বয়ে জনায় ৷

স্মৰ্তব্য যে, ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনত অধিষ্ঠিত পৰিবৰ্তনকামী চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক এটা ফুটা কড়ি দিবলৈ সক্ষম নহ’ল ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd