• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাওঁ পঞ্চায়তৰ বিৰুদ্ধে ২০০০ টকাৰ বিনিময়ত দলবদ্ধ ধৰ্ষণৰ গোচৰ নিষ্পত্তি কৰাৰ অভিযোগ ভুক্তভোগীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 4:57 pm
123
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ চাৰিজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে। ‘ন্যায়’ বিচাৰি পঞ্চায়তৰ কাষ চাপিলে নিৰ্যাতিতাৰ মাতৃ। পঞ্চায়তেহসিদ্ধান্ত লয় যে দুহাজাৰ টকাৰ বিনিময়ত বিষয়টো নিষ্পত্তি কৰিব লাগে। ইয়াৰ পাছত নিৰ্যাতিতাৰ মাকে পুলিচৰ কাষ চাপে। চাৰিজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চাঞ্চল্যকৰ ঘটনাটো হৈছে বিহাৰৰ দাৰভাংগাত। বিষয়টো গম পোৱাৰ পাছৰে পৰা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সালিসী বৈঠকত কন্যাক দুহাজাৰ টকাৰে বিষয়টো নিষ্পত্তি কৰিবলৈ কোৱাৰ অভিযোগ উত্থাপন কৰে মাতৃয়ে। স্বাভাৱিকতে তেওঁলোকে এই প্ৰস্তাৱত সন্মতি নিদিলে। অৱশেষত আৰক্ষীৰ কাষ চাপিল। এইটোৱেই শেষ নহয় বুলি মহিলাগৰাকীয়ে কয় যে থানাত এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পাছত মাতৃ আৰু তেওঁৰ কন্যাক গাঁৱৰ কলে আটক কৰি ৰাখে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে আৰক্ষীয়ে খবৰ দিয়াৰ পিছতো একো নকৰিলে। তিনিদিন পাছত নাবালকগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়।

কিন্তু তাতো ৰৈ আছিল এক বিশাল হুলস্থুল। পৰীক্ষাৰ পূৰ্বে চিকিৎসালয়ৰ চিকিৎসক বসন্ত কুমাৰ ঝাই প্ৰথমে এই ঘটনাৰ চিচিটিভি ফুটেজ চাব বিচাৰে। ইয়াৰ ফলত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কাজিয়া আৰম্ভ হয়। শেষত অৱশ্যে আৰক্ষীৰ তত্বাৱধানত নাবালকগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পনা কুমাৰীয়ে কয়, ‘মহিলাগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত চাৰিজন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকক বৰ্তমান বিচাৰি আছে।”

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd