• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন পৰিত্যাগ কৰিব শোণিতপুৰৰ থিয় আটী কলাবাৰী ৰাজুৱাৰ গাঁৱৰ গাঁৱবাসীয়ে

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
November 22, 2018 2:02 pm
Panchayat-Raj-in-India
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত ১নং বিহগুৰি আৰু বাঁহবাৰী পঞ্চায়তৰ অন্তৰ্গত থিয় আটী কলাবাৰী ৰাজুৱাৰ গাঁৱৰ গাঁৱবাসীসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত গাঁৱবাসীসকলে কোনো দলকেই ভোট নিদিয়াটো ঠিৰাং কৰিছে। আনকি, যদিহে কোনোবাই ভোট দিয়ে সেইজনক ৫০০ টকা জৰিমণাসহ ১২ বছৰৰ বাবে এঘৰীয়া কৰিব বুলি  গাঁৱবাসীসকলে হুমকি দিছে।

Apply Now

২১ তাৰিখ বুধবাৰে এটা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি গাঁৱবাসীসকলে অভিযোগ কৰিছে যে বিগত ২৭ বছৰ ধৰি তেওঁলোকে কোনো প্ৰাথমিক সা-সুবিধা লাভ কৰা নাই। এই গাঁওকেইখন গুৱাহাটীৰ পৰা ১৬৫ কিঃমিঃ, তেজপুৰৰ পৰা ১৫ কিঃমিঃ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৭ কিঃমিঃ দূৰত্বত অৱস্থিত।

সামগ্ৰিকভাৱে গাঁৱবাসীসকলে ৰাইজৰ প্ৰতিনিধিসকলে গাঁওখনৰ একমাত্ৰ পথ— বাঁহবাৰী-ন আলি পথটোৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এই পথটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে।

গাঁৱবাসীসকলে অভিযোগ কৰিছে যে বিগত ২৭ বছৰত আটাইকেইজন ৰাইজৰ প্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত আহি মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাৰি আহিছে, কিন্তু ৰাইজৰ প্ৰতি কোনো দায়িত্ব পালন কৰা নাই। আনকি জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা খোৱা পানীৰ ব্যৱস্থাও আজি ৩বছৰ ধৰি বিকল হৈ পৰি আছে বুলি ৰাইজে অভিযোগ কৰিছে।

গাঁৱবাসীসকলে কৈছে যে যদিহে স্থানীয় বিধায়কজনে তেওঁলোকৰ দাবী পূৰণ নকৰে, তেন্তে আগন্তুক বৰ্ষৰ সংসদীয় নিৰ্বাচন তেওঁলোকে পৰিত্যাগ কৰিব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd