DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি; লুট কৰি নিলে নগদ ধনকে ধৰি কেইবা লাখ টকাৰ সা-সামগ্ৰী

by
September 26, 2018 10:47 pm
Sivasagar burglary incident
296
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ চহৰৰ মাজমজিয়াত অৱস্থিত সুৰিয়া ডিজিটেল নামৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত ২৫ ছেপ্তম্বৰৰ নিশা সংঘটিত এক চুৰি কার্যত চোৰে কেইবাটাও দামী ডিজিটেল কেমেৰা লগতে বহু সমগ্ৰী চুৰি কৰি নিয়ে।

প্ৰাপ্ত তথ্য মতে সমাগ্ৰী সমূহৰ ভিতৰত কেইবা লাখ টকা মূল্যৰ কেমেৰাৰ লগতে ফটো প্ৰিন্ট কৰা মেচিন খুলি তাৰ পৰা লেজাৰসমূহ লৈ যায়।

দোকানখনৰ এগৰাকী কৰ্মচাৰীয়ে দিয়া ভাষ্য অনুসৰি তেওঁ ৰাতিপুৱা দোকান খুলিবলৈ আহি দোকানখনৰ চাটাৰৰ তলা ভঙা অৱস্থাত দেখা পায়। লগে লগে পুলিচক অৱগত কৰে আৰু শিৱসাগৰ সদৰ থানাৰ পুলিচৰ দল এটা আহি দোকানখন খুলাত চুৰিকাৰ্যৰ কথা পোহৰলৈ আহে। বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

অতি পৰিতাপৰ কথা যে শিৱসাগৰ আৰক্ষীৰ দূৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুবিধা লৈ  নগৰৰ মাজমজিয়াৰ পৰাই গাড়ীত আহি চুৰে চুৰি কাৰ্য কৰি নিবিঘ্নে পলাই যাবলৈ সক্ষম হ’ল। কিছুদিন পূৰ্বেও একে ৰাতিতে দুখনকৈ মোবাইল দোকানৰ পৰা চোৰে বহু টকা মূল্যৰ মোবাইল ফোন চুৰি কৰি লৈ গৈছিল।

শিৱসাগৰ আৰক্ষীৰ নিৰাপত্তাৰ দিশৰ দূৰ্বলতাৰ বাবেই এইদৰে চোৰে দৈনিক চুৰি কাৰ্য সম্পন্ন কৰিব পাৰিছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।

Recent News

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd