• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্মাণৰ ২৭ বছৰৰ পিছতো মুকলি নহ’ল চিকিৎসালয়; ভূমিদাতা পৰিয়ালক প্ৰতাৰণা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
September 30, 2018 12:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশে স্বাধীনতা লাভ কৰা ৭২ বছৰৰ পিছতো শিৱসাগৰ আৰু যোৰহাট দুয়োখন জিলাৰ সীমামূৰীয়া কৃষিপ্ৰধান অঞ্চল  খনামুখবাসী ৰাইজ আজিও এখন চৰকাৰী চিকিৎসালয়ৰ পৰা বঞ্চিত। বিপৰীতে চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি দান কৰা ভূমিদাতা পৰিয়ালক প্ৰতাৰণা।

উল্লেখযোগ্য যে ১৯৯১ চনতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত খনামুখ গাঁৱৰ ১ নং মাউট গাঁৱৰ দেবেন বৰা, বদন বৰা আৰু মঙল বৰাই প্ৰস্তাৱিত চিকিৎসালয়খনৰ চতুৰ্থ শ্ৰেণীৰ এটিকৈ পদৰ বিনিময়ত জকাইচুক মৌজাৰ অন্তৰ্গত মাউট ঘৰফলীয়া গাঁৱৰ ১০৫ নং ম্যাদী পট্টাৰ পাঁচবিঘা মাটি আগবঢ়াইছিল।

Apply Now

আৰু সেই অনুসৰি তদানীন্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই ১৯৯২ চনৰ ৩ জুনত ৩০ খন বিছনাযুক্ত খনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল।

চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া গতিত আৰম্ভ হোৱাৰ পিছত অৱশেষত ২০১০ চনৰ ৩ আগষ্টত চিকিৎসালয়খন মুকলি কৰিবলৈ অাহি ভূমিদাতা আৰু স্থানীয় ৰাইজৰ ৰোষত পৰি উভতি যাব লগা হয়। ভূমিদাতা পৰিয়ালক চিকিৎসালয়খনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি নিদিয়াৰ বাবে ভূমিদাতা পৰিয়াল আৰু স্থানীয় ৰাইজে তলা ওলমাই দিয়ে।

মন কৰিব লগীয়া যে ২০০৮ চনৰ ১ ডিচেম্বৰত শিৱসাগৰ আৱৰ্ত ভৱনত স্বাস্থ্য বিভাগৰ চতুৰ্থবৰ্গৰ পদত মকৰলৰ বাবে এক মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। কিন্তু উক্ত সাক্ষাৎকাৰত অৱতীৰ্ণ ভূমিদাতা পৰিয়ালৰ এজন সদস্যকো বাছনি নকৰি বাহিৰৰ প্ৰাৰ্থীকহে উক্ত পদৰ বাবে বাছিন কৰিছিল।

ইফালে ২০১০ চনৰ ১৭ মে’ত অসমৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ভূমিদাতা দেবেন বৰাই গুৱাহাটীত সাক্ষাৎ কৰি উক্ত চিকিৎসালয়খনতে নাইবা অন্য কোনো চৰকাৰী বিভাগীয় কাৰ্যলয়ত ভূমিদাতা পৰিয়ালক মকৰল কৰিবলৈ দাবী জনাইছিল যদিও কোনো সুফল নাপালে।

এনে পৰিস্থিতিত কোটিটকীয়া চিকিৎসালয়খনৰ সা-সম্পত্তি নষ্ট হোৱাৰ লগতে চিকিৎসালয়খন হাবি-জংঘলেৰে ভৰি পৰিছে। ইয়াৰ মাজতে ৰাজ্যৰ শাসনৰ গাদীত পৰিৱৰ্তনকামী চৰকাৰ অহাৰ পিছতো আজিলৈও মুকলি নহ’ল খনামুখৰ চিকিৎসালয়।

বৰ্তমান গৰু গোহালিলৈ পৰিণত হৈছে চিকিৎসালয় চৌহদটো। ফলত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু এই সন্দৰ্ভত মুখ্য মন্ত্ৰী গৰাকীৰ হস্তক্ষেপ কামনা কৰিছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd