• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছে ৰচনা কৰিছে অখিল গগৈৰ ৰাজনৈতিক কেৰিয়াৰ বৰবাদ কৰাৰ ষড়যন্ত্ৰ : দাবী ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2025 7:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ ৰাজ্যিক নেতৃবৃন্দৰ পৰা আৰম্ভ কৰি জিলা নেতৃবৃন্দলৈকে সকলোৱে নিৰ্বাচনৰ সময়ত সংবাদ মেল আয়োজন কৰি শাসকীয় বিজেপি দলক আক্রমণ কৰাৰ বিপৰীতে ৰাইজৰ দলক আক্ৰমণ কৰাৰ অভিযোগেৰে আজি ৰাইজৰ দলে এক সংবাদ মেল সম্বোধন কৰে।

সংবাদমেলত ৰাইজৰ দলৰ নেতৃত্বই কয়, “ৰাইজৰ দলৰ সভাপতি তথা কেন্দ্রীয় নেতৃত্বই বাৰম্বাৰ আহ্বান কৰি আহিছে যে ২৬’ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক-মূহুর্তত অনুষ্ঠিত হোৱা পঞ্চায়ত নির্বাচনত সকলো বিজেপি বিৰোধী শক্তিয়ে এই নির্বাচনত এজন প্রার্থী আগবঢ়াব লাগে, যাতে বিজেপিক পৰাভূত কৰি তৃণমূল পর্যায়লৈকে এটা ইতিবাচক বার্তা লৈ যাব পাৰি। কিন্তু আশ্চর্যজনকভাৱে এক সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্রার্থী প্রক্ষেপ কৰিছে। বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টি (নতুন আৰু পুৰণি) ৬টা জিলা পৰিষদতে কংগ্রেছ, দলক মিত্ৰতাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কংগ্রেছ দলে আটাইকেইটা জিলা পৰিষদতে প্রার্থী প্রক্ষেপ কৰিলে। এনে এক পৰিপ্ৰেক্ষিতত ৰাইজৰ দলে কংগ্ৰেছ দলে বিৰোধীৰ ভোট বিভাজন কৰি বিগত সময়চোৱাত বিধানসভাৰ বাহিৰে ভিতৰে সৰৱ ভূমিকা পালন কৰা অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিক ভাবে দুৰ্বল কৰিবলৈ বিচাৰিছে।”

Apply Now

এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ শিৱসাগৰৰ জিলা নেতৃত্বৰ পৰা আৰম্ভ কৰি স্থানীয় সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিৰোধী ঐক্যত বিধি পথালি দিয়াৰ অভিযোগ ৰাইজৰ দলে সংবাদ মেলত উত্থাপন কৰে। লগতে ৰাইজৰ দলৰ নেতৃত্বই কয়, “তাৎপর্যপূর্ণ বিষয়টো হ’ল কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিয়ে বাজহুৱাকৈ দলটোৰ জিলা আৰু মণ্ডল কংগ্রেছক পঞ্চায়ত নিৰ্বাচনত জোঁট বন্ধনৰ বাবে নির্দেশনা জাৰি কৰাৰ পিছত কি অজ্ঞাত কাৰণত শিৱসাগৰ বিধানসভা সমষ্টিৰ ৬খন জিলা পৰিষদৰ এখনতো জোঁট বন্ধন নকৰিলে। কেৱল শিৱসাগৰতে নহয় কোনো এখন কংগ্ৰেছ দলৰ জিলা নেতৃবৃন্দই এনেধৰণৰ কোনো নির্দেশনা পোৱা নাই বুলি কৈ জোঁট বন্ধনৰ প্ৰস্তাৱ দিয়াৰ পিছতো কোনোধৰণৰ মিত্ৰতা নকৰিলে। ২০২৪ৰ লোকসভা নির্বাচনত স্থানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ শিৱসাগৰ বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ যি সকল তৃণমূল কর্মীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক জিকাই আনিবলৈ দিনে নিশাই প্ৰচাৰ চলাইছিল, তেওঁলোকৰ মাজৰে কেইবাগৰাকীও ৰাইজৰ দলৰ স্থানীয় নেতাই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্রার্থীত্ব আগবঢ়াইছে। কিন্তু সম্পূৰ্ণ অকৃতজ্ঞতাৰ পৰিচয় দি ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্রেছ দলে প্রার্থী প্রক্ষেপ কৰি বিজেপিৰ জয় প্রশস্ত কৰিব বিচাৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd