• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাতিভিত্তিক লোকপিয়ল কৰাত কোনো ভুল নাই, যিকোনো চৰকাৰে কোন পিছপৰা শ্ৰেণীৰ সেয়া জনা উচিত- উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 4:06 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি কয় যে দেশজোৰা লোকপিয়ল প্ৰক্ৰিয়াৰ অংশ হিচাপে বৰ্তমানৰ চৰকাৰে নাগৰিকসকলৰ জাতি নিৰ্ধাৰণ কৰাত কোনো ভুল নাই। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কয় যে যিকোনো চৰকাৰে তেঁওলোকৰ শাসনকালত দেশৰ কিমান লোক পিছপৰা শ্ৰেণীৰ আৰু কিমান লোকক কল্যাণমূলক আঁচনিৰ প্ৰয়োজন, সেই বিষয়ে জনাটো অত্যন্ত জৰুৰী। ন্যায়ালয়ৰ মতে, এইটো সম্পূৰ্ণৰূপে চৰকাৰৰ নীতিগত সিদ্ধান্তৰ অধীনত পৰে। ২০২৭ চনৰ লোকপিয়লত নাগৰিকৰ জাতি পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

আদালতে সুধাকৰ গুম্মলা নামৰ এজন আবেদনকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰিছিল, য’ত ২০২৭ চনৰ লোকপিয়লত জাতিভিত্তিক গণনা অন্তৰ্ভুক্ত নকৰিবলৈ অনুৰোধ জনোৱা হৈছিল। আবেদনকাৰীগৰাকীয়ে যুক্তি দিছিল যে ৰাজনৈতিক নেতা আৰু কৰ্পোৰেট প্ৰতিষ্ঠানসমূহে এই জাতিভিত্তিক তথ্যৰ অপব্যৱহাৰ কৰাৰ অসীম সম্ভাৱনা আছে। গতিকে জাতিৰ ওপৰত ইমান বিশাল পৰিমাণৰ তথ্য সংগ্ৰহ কৰাৰ কোনো যুক্তিসংগত কাৰণ নাই। কিন্তু মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে লোকপিয়লত জাতিভিত্তিক গণনা অন্তৰ্ভুক্ত কৰা বা নকৰাটো ন্যায়ালয়ৰ এক্টিয়াৰৰ ভিতৰত নপৰে। এই বিষয়টো সম্পূৰ্ণৰূপে চৰকাৰৰ নীতিগত এলেকাৰ অধীনত আহে বুলি উল্লেখ কৰি আদালতে এই আবেদনখন খাৰিজ কৰে।

Apply Now

যোৱা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এক বৈঠকত কেবিনেটৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে ২০২৭ চনৰ লোকপিয়লত জাতিভিত্তিক গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল। তেতিয়াৰে পৰা এই জাতিভিত্তিক গণনা ২০২৭ চনৰ লোকপিয়লৰ এক প্ৰধান বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছে। উল্লেখনীয় যে ২০১১ চনৰ লোকপিয়ললৈকে এই প্ৰক্ৰিয়াত কেৱল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰহে পদ্ধতিগত গণনা অন্তৰ্ভুক্ত কৰা হৈছিল। চৰকাৰে ইতিমধ্যে সংসদৰ মজিয়াত অৱগত কৰিছে যে ২০২৭ চনৰ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত এই জাতিভিত্তিক গণনা অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ প্ৰথম পৰ্যায়ত গৃহ তালিকাভুক্তকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ অৱস্থা, সম্পত্তি আৰু অন্যান্য সা-সুবিধাৰ তথ্য সংগ্ৰহ কৰা হৈছিল।

আনহাতে দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনাৰ লগতে জনসংখ্যা বিষয়ক, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু অন্যান্য বিতং তথ্য সংগ্ৰহ কৰা হ’ব। এই সন্দৰ্ভত পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছিল যে চিন্তাশীলভাৱে সংগ্ৰহ কৰা জাতিভিত্তিক তথ্য একত্ৰীকৰণৰ এক মাধ্যম হ’ব পাৰে, যেনেকৈ শৰীৰৰ বাবে এটা এম আৰ আই পৰীক্ষা প্ৰয়োজনীয়। ভাৰতত শেষবাৰৰ বাবে সমগ্ৰ দেশজুৰি ব্যাপক জাতিভিত্তিক লোকপিয়ল ব্ৰিটিছ শাসনকালত ১৯৩১ চনত অনুষ্ঠিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd