• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰৰ পাছতো ল’ব লাগে এই ৫ বিধ গুৰুত্বপূৰ্ণ টীকা: জানক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 7:45 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সলনি হোৱা সময়ৰ সৈতে নিজক খাপ খুৱাই লোৱাটো সহজ নহয়। যিদৰে প্ৰদূষণ বাঢ়িছে আৰু তাৰ লগে লগে বেমাৰ-আজাৰৰ প্ৰকোপ বৃদ্ধি পাইছে, তেনে ক্ষেত্ৰত যিকোনো সময়তে শৰীৰত ৰোগে আক্ৰমণ কৰিব পাৰে। সেইবাবে আগতীয়াকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখা প্রয়োজন। শৰীৰক সম্ভাৱ্য ভাইৰাছ বা বেক্টেৰিয়াজনিত বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিবলৈ সঠিক প্ৰতিষেধক লোৱাটো জৰুৰী। এতিয়া আপোনাৰ মনলৈ ভাব আহিব পাৰে যে সৰুতে তো নিয়মমতে টিকাকৰণ কৰা হৈছেই। কিন্তু বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু-ৰ মতে, প্ৰতিষেধকৰ প্ৰভাৱ এটা নিৰ্দিষ্ট সময়লৈহে থাকে। বৰ্তমান যিধৰণে সংক্ৰামক ৰোগ বৃদ্ধি পাবলৈ ধৰিছে, তাত কেৱল শিশুসকলৰে নহয়, প্রাপ্তবয়স্কসকলৰ বাবেও টিকা লৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে। বয়স ১৮ বছৰ অতিক্ৰম কৰাৰ পিছত পুনৰ কিছুমান টিকা লৈ থকা দৰকাৰ, যাৰ ভিতৰত ৫টা অতি প্ৰয়োজনীয়।

টিটেনাছ, ডিপথেৰিয়া আৰু পাৰ্টুছিছ বা হুপিং কাহৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্রতি ১০ বছৰৰ অন্তৰে অন্তৰে টিড্যাপ টিকা আৰু ইয়াৰ বুষ্টাৰ ড’জ লৈ থকাটো জৰুৰী। হিউমেন পেপিলোমা ভাইৰাছ বা এইচপিভিৰ টিকাই কেৱল জৰায়ুমুখৰ কেন্সাৰেই নহয়, আন কিছুমান কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে। ১৮ বছৰ বয়সৰ পৰা ২৬ বছৰ বয়সলৈকে মহিলা আৰু পুৰুষ উভয়েই এই টিকা লৈ থকা উচিত। লিভাৰৰ কেন্সাৰ আৰু লিভাৰ চিৰোছিছ প্ৰতিৰোধৰ বাবে হেপাটাইটিছ বি-ৰ টিকা লোৱাটো অত্যন্ত দৰকাৰী। সৰুতে এই টিকা ল’লেও ১৮ বছৰৰ পিছত পুনৰবাৰ ড’জ লোৱাৰ প্ৰয়োজন আছে। হেপাটাইটিছ বি টিকাৰ তিনিটা ড’জ এমাহৰ অন্তৰে অন্তৰে ল’ব লাগে। যদি আগতে ড’জ লোৱা আছে, তেন্তে বুষ্টাৰ ড’জ ল’ব লাগিব। নিউমোনিয়া আৰু মেনিঞ্জাইটিছৰ পৰা বাচিবলৈ ৬৫ বছৰ বয়সৰ পিছত নিউমোকক্কাল টিকা লোৱাটো আৱশ্যক। অৱশ্যে হাওঁফাওঁৰ সমস্যা, এজমা, চিঅপিডি বা ডায়েবেটিছ থাকিলে ১৮ বছৰৰ পিছতেই চিকিৎসকৰ পৰামৰ্শ মতে এই টিকা ল’ব লাগে। ইয়াৰোপৰি টাইফয়েডৰ প্ৰকোপ দিনক দিনে বাঢ়িছে আৰু বিশেষকৈ কম বয়সীয়া লোকসকল বেছিকৈ আক্ৰান্ত হৈছে। গতিকে ১৮ বছৰৰ পিছত টাইফয়েডৰ প্ৰতিষেধক লৈ থকাটো অতি জৰুৰী, বিশেষকৈ যিসকলে সঘনাই ভ্ৰমণ কৰিব লগা হয়, তেওঁলোকৰ বাবে এই টিকা লোৱাটো অপৰিহাৰ্য।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd