• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিম্নোক্ত ৭ টা কথাত গুৰুত্ব দিলে আপুনি সম্পৰ্কত স্বৰ্গীয় সুখ লাভ কৰিবলৈ সক্ষম হ’ব : জানিবলৈ পঢ়ক

by
November 4, 2020 9:43 am
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সম্পৰ্কৰ পৰা কিদৰে স্বৰ্গীয় সুখ লাভ কৰিব পাৰি আজি আমি তাৰে ৭ টা বিশেষ দিশ আপোনাক ক’ব খুজিছো।

কোনো সম্পৰ্কই নিখুঁত নহয়। আনকি আপুনি সম্পৰ্ক এটাত সুখী হ’লেও, সকলোবোৰ সঠিক নহ’বও পাৰে!

Apply Now

আৰু জীৱনত যেনেকৈ উত্থান-পতন থাকে তেনেকৈ সম্পৰ্কবোৰতো উত্থান-পতন থাকে। উত্থানে আপোনাক সুখী কৰিলেও পতনে আপোনাক মানসিক যান্ত্ৰণা দিয়ে।

সেয়ে একোটা সম্পৰ্কত এক সন্তুলিত ভাৰসাম্য থকাটো অতি প্ৰযোজনীয় কথা, যাতে উত্থান-পতনৰ ঢৌতো আপুনি সুস্থীৰ হৈ থাকিব পাৰে।

আজি তাৰে ৭ টা বিশেষ দিশলৈ আঙুলিয়াব খুজিছো।

১. যোগাযোগৰ দক্ষতা  বঢাওক

এটা সম্পৰ্কত যোগাযোগক কোনোপধ্যে উপেক্ষা কৰিব নোৱাৰি। বৰং দেখা যায় যে যোগাযোগৰ সীমাৱদ্ধতাৰ বাবে সম্পৰ্কত ঘূণে ধৰে, আনকি দুয়োজনৰে মাজত এটা নিৰ্দিষ্ট ব্যৱধান ৰৈ যায়। আপুনি কাৰোবাৰ লগত সম্পৰ্কত থাকোতে তেওঁ কি অনুভৱ কৰে, কি চিন্তা কৰে আৰু তেওঁ ভাৱনাৰ জগতখনে কি বিচাৰে এই সকলোবোৰ দিশত আপুনি একাত্ম হোৱাটো অতি জৰুৰী হৈ পৰে। আৰু দুয়োজনৰ যোগাযোগৰ দক্ষতাইহে ইয়াক সম্ভৱপৰ কৰি তুলিব পৰে। অভিজ্ঞতা, চিন্তা আৰু অনুভূতিসমূহ দুয়োৰে মাজত আদান প্ৰদান কৰিব পাৰিলে সংগীৰ সৈতে পৰ্যাপ্ত বুজাবুজি গঢ়ি তুলিব পাৰি।

২. গঠনমূলক মতামত প্ৰদান

আপুনি খাৰাং খাচ হোৱাটো সদায়ে ফলদায়ক নহ’বও পাৰে। পৰস্পৰৰ ভুলবোৰ ইজনে সিজনক উকটি সম্পৰ্কটোক বেয়া কৰাতকৈ গঠনমূলক মতামত প্ৰদান বা পৰামৰ্শ দানেৰে দুয়োজনেই নিজৰ দুৰ্বলতা আৰু দোষ-ত্ৰুটিবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰক। ইয়ে দুয়োৰে মাজত সংঘাত নিৰাময় কৰাৰ লগতে যথেষ্ট সুখানুভূতিৰ সৃষ্টি কৰিব।

৩. পৰস্পৰে পৰস্পৰ ভাল শ্ৰোতা হওক

পৰস্পৰে পৰস্পৰৰ অতি ভাল শ্ৰোতা হোৱাটো অতি দৰকাৰী কথা। দুয়োৱে দুয়োৰ কথাবৰো অতি গুৰুত্ব দি শুনা উচিত। সংগীৰ কথা শুনি তেওঁ কোৱা কথাবোৰ অনুভৱ কৰক আৰু তেওঁৰ কথাৰ সৈতে একাত্ম হওক। তেতিয়াহে তেওঁৰ চিন্তাস্ৰুতৰ সৈতে আপুনি অতি ঘনিষ্ঠ হ’ব পাৰিব। সকলোবৰ কথা দুয়োৰে মাজত শ্বেয়াৰ কৰিলে সেইবোৰ উপভোগ আৰু উদযাপন কৰিবলৈ সক্ষম হ’ব।

৪. আপোনাৰ সঙ্গীৰ প্ৰয়োজনীয়তাক অগ্ৰাহ্য নকৰিব

সংগীৰ প্ৰয়োজনীয়তাৰ প্ৰতি সুক্ষ্ম দৃষ্টি ৰাখক। তেওঁৰ প্ৰয়োজনীয়তাক কেতিয়াও অগ্ৰাহ্য নকৰিব, বৰং আপোনাৰ জীৱনত তেওঁ প্ৰয়োজন কিমান গভীৰ সেইটো অনুভৱ কৰি তেওঁকো অনুভৱ কৰিবলৈ দিয়ক। আনহাতে সংগীৰ প্ৰয়োজনীয়তাবোৰ উপেক্ষা কৰিলে দুয়োৰে মাজত অহেতুক অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধি পায়। আপুনি কি বিচাৰে আৰু সংগীয়ে কি বিচাৰে সেয়া সুক্ষ্মূভাৱে পৰ্যবেক্ষণ কৰি বুজিবলৈ চেষ্টা কৰি তাৰ প্ৰতি দুয়ো অধিক সচেষ্ট হওক।

৫. সকলো ক্ষেত্ৰতে পৰস্পৰে পৰস্পৰক সহযোগ কৰি সুন্দৰ পৰিৱেশ গঢ়ি তোলক

দুয়োৰে মাজত সকলো ক্ষেত্ৰতে সহযোগিতাৰ এক পৰিৱেশ গঢ়ি তোলক। জীৱনত যদি কিবা উত্থান-পতন ঘটিছে তেনে সেয়া দুয়োজনে মিলিজুলি সহযোগিতামূলকভাৱে সমানে দায়িত্ব লওক।

৬. দ্বন্দ্বসমূহ সমাধান কৰক

দুয়োৰে মাজত যদি কিবা দ্বন্দ্বৰ সৃষ্টি হয় তেনে সেয়া আলোচনাৰ মাধ্যমেৰে দুয়োৰে মাজত বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰি সমাধান কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব যে সৃষ্টি হোৱা সকলো দ্বন্দ্ব সকলো সমস্যাৰে সমাধানৰ পথ আছে। কেৱল তাৰ বাবে দুয়োৰে মাজত বিশ্বাস আৰু ধৈৰ্যৰ প্ৰয়োজন হয়।

৭. ভাল মুহূৰ্ত সৃষ্টি কৰক

মুহূৰ্তবোৰক অধিক গুৰুত্ব দি এক স্বাস্থ্যসন্মত, সুখী সম্পৰ্ক গঢ়িবলৈ ইতিবাচক মনোভাৱেৰে পাৰস্পৰকি বুজাপৰাৰে আগবাঢ়ি সেইবোৰক ভাল মুহূৰ্তলৈ উত্তৰণ কৰক।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd