• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাতি কটালেই লাভ কৰিব সুযোগৰ সুৱৰ্ণ জখলা! কুপ্ৰস্তাৱ পাইছিল এইসকল বলীউডৰ তাৰকাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 6:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ্টিং কাউচ শব্দটোৰ সৈতে সকলোৱে পৰিচিত। বিশেষকৈ মনোৰঞ্জন জগতৰ বেছিভাগ তাৰকাই এই অভিজ্ঞতা লাভ কৰে। বলীউড উদ্যোগৰ বহু তাৰকাই লাভ কৰিছে কাষ্টিং কাউচৰ অফাৰ।

কাষ্টিং কাউচ হৈছে এনে এক কুপ্ৰথা, য’ত এগৰাকী অভিনেত্ৰীয়ে কামৰ সুযোগৰ বাবে পৰিচালক বা প্ৰযোজকৰ যৌন অনুগ্ৰহ পূৰণ কৰিবলগা হয়। অথবা সুযোগ প্ৰদানৰ বিনিময়ত তেওঁলোকে অভিনেত্ৰীৰ পৰা যৌন সুখ বিচাৰে।

Apply Now

এনে কুপ্ৰস্তাৱৰ কুঅভিজ্ঞতাৰ মুখামুখি হৈছে বলীউডৰ বহুকেইগৰাকী নামী-দামী তাৰকা। এনে কুপ্ৰস্তাৱৰ বলি হোৱা কেইগৰাকীমান বলীউড অভিনেত্ৰী হ’ল –

শ্বাৰলিন চোপ্ৰা : বলীউডৰ এই সুন্দৰ মডেলগৰাকীয়ে এবাৰ নহয়, এবাৰতকৈ অধিক এনেকুৱা অফাৰ লাভ কৰিছে। আনকি শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰেও তেওঁক নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠিছে। কিন্তু শ্বাৰলিনে এই প্ৰস্তাৱবোৰত সন্মতি নিদিলে।

কংগনা ৰানাৱত : কংগনাই যেতিয়া প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ উদ্যোগটোত ভৰি দিছিল, তেতিয়াই তেওঁ এনে প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু তেওঁ কাষ্টিং কাউচৰ ফান্দত ভৰি নিদিলে। কংগনাই নিজৰ প্ৰতিভাৰে উদ্যোগটোত নিজৰ স্থান দখল কৰিছে।

কল্কি ক’চলিন : কল্কিয়েও উদ্যোগটোত প্ৰৱেশ কৰি এনে অফাৰ লাভ কৰিছিল। কিন্তু তেওঁ এই প্ৰস্তাৱ অস্বীকাৰ কৰিব নোৱাৰিলে। নিজৰ কেৰিয়াৰৰ স্বাৰ্থত এনে কুপ্ৰস্তাৱ মানি আপোচ কৰিলে কল্কি ক’চলিনে।

ছানী লিয়ন : ছানীৰ কেৰিয়াৰ আৰম্ভ হৈছিল নীলা ছবিৰ জগতখনৰ দ্বাৰা। তাৰপিছত নীলা ছবিৰ জগতক বিদায় দি তেওঁ বলীউডলৈ আহে। বলীউডলৈ আহি এজন প্ৰযোজকৰ পৰা তেওঁ কুপ্ৰস্তাৱ পাইছিল। কিন্তু ছানীয়ে প্ৰযোজকৰ লগত নৈশ যাপনৰ প্ৰস্তাৱ নাকচ কৰে।

মমতা কুলকাৰ্ণী : মমতা কুলকাৰ্ণীক বেয়া প্ৰস্তাৱ দিয়াৰ অভিযোগ আছে ৰাজকুমাৰ সন্তোষীৰ বিৰুদ্ধে। ‘ডা চাইনা গেট’ ছবিখনৰ শ্বুটিংৰ সময়তে মমতাক এই প্ৰস্তাৱ দিছিল পৰিচালকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd