• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2024 7:31 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

472
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অথবা ট্ৰাইয়ে ভুৱা বা স্পেম কল বন্ধ কৰাৰ বাবে অহা ১ ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। গ্ৰাহকক প্ৰতাৰণা কৰিবলৈ কৰা এনে ভুৱা ফোন কল বন্ধ কৰিবলৈ এনেকুৱা এটা নিয়ম প্ৰৱৰ্তন কৰা হৈছে। তাৰ বাবে ইতিমধ্যে AIৰ সহায় লোৱা হৈছে।

নতুন নিয়ম অনুসৰি ভুৱা কলৰ দায়িত্ব টেলিকম অপাৰেটৰে ল’ব লাগিব। কাৰণ তেওঁলোকৰ নেটৱৰ্ক ব্যৱহাৰ কৰিয়েই যিহেতু সেই কল কৰা হৈছে। যদি কোনো গ্ৰাহকে কোনো ফোনক ভুৱা কল বুলি অভিযোগ কৰে, তেন্তে টেলিকম কোম্পানীয়ে ব্যৱস্থা ল’ব লাগিব। ইয়াৰ ফলত ভুৱা কলৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে।

TRAIৰ নিয়ম অনুসৰি কোনোবাই যদি তেওঁৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি টেলিমাৰ্কেটিং বা প্ৰমোচনেল কল কৰে তেন্তে সেই নম্বৰটো ২ বছৰৰ বাবে ব্লেকলিষ্টেড হ’ব। চৰকাৰে সেইবোৰ ৰোধৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে।

ভুৱা বা স্পেম কল কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি TRAI-য়ে জনাইছে। এনে ফোন কল কোনো কাৰণতে সহ্য কৰা নহ’ব। সেয় কোনোবাই যদি নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোচেনল ফোন কৰিছে তেন্তে সাৱধান হওক। 

Recent News

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd