DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী জাতীয় যুৱ বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2023 6:45 pm
72
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৬ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ১৮ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন ফাদিল হোৱা বুলি এক টুইটযোগে প্ৰকাশ কৰে। ইয়াৰে পূৰ্বেও বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতখন ফাদিল হোৱাৰ বাবে উক্ত পৰীক্ষা পিছুৱাই দিব লগীয়া হৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হেঁচাৰ সন্মুখীন হবলগীয়া হৈছে।

এইদৰে প্ৰশ্ন কাকত ফাদিল কৰি ছেৱাক ধ্বংস কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে নেকি বুলি ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এইদৰে হেতালি খেলা কাৰ্য্যক ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে।

জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগৰ দাবী জনায়।

শেহতীয়াকৈ দেখা গৈছে যে বিজেপি চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত কেইজনমান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব বিচাৰিছে। কিন্তু এটা বিয়াগোম শিক্ষা বিভাগ, গৃহ বিভাগ আৰু এজন দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছতো কেনেকৈ প্ৰশ্নকাকত ফাদিলৰ সুৰুঙা পাইছে সেইয়াহে চিন্তনীয়।

গতিকে চৰকাৰে এই প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও প্ৰশ্নকাকত ফাদিলৰ সুৰুঙাবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তদুপৰি মেট্ৰিকৰ প্ৰশ্নকাকত লিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে টনা-আজোৰা কৰাৰ তীব্ৰ গৰিহণা জনাইছে।

Recent News

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd